স্বয়ম আচনিৰ আবেদন । যদি এতিয়াও আবেদন কৰা নাই তেন্তে পঢ়ক কৰিব কিদৰে Assam Swayam Scheme Online Apply 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, September 22, 2020

স্বয়ম আচনিৰ আবেদন । যদি এতিয়াও আবেদন কৰা নাই তেন্তে পঢ়ক কৰিব কিদৰে Assam Swayam Scheme Online Apply 2020

Swayam Scheme Assam Online Apply Process

অসম চৰকাৰে অসমৰ নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে শেহতীয়াকৈ মুকলি কৰিছে এক অভিলাষী আঁচনি যাৰ নাম হৈছে 'স্বয়ম' আঁচনি (Swayam Scheme Assam)৷ এই আঁচনি (Swayam Scheme Assam) দ্বাৰা বিভিন্ন ক্ষেত্ৰত সহায় হোৱাকৈ অসমৰ প্ৰায় ২ লাখ যুৱক-যুৱতীয়ে লাভ কৰিব বছৰী ৫০ হাজাৰ টকা৷ এই আঁচনিৰ সুবিধা আদায় কৰিবলৈ আগ্ৰহী তথা উপযুক্ত প্ৰাৰ্থীয়ে অনলাইন যোগে প-পত্ৰ পূৰণ কৰিব পাৰিব৷ অনলাইন আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আজি আমি আপোনালোকক জনাম । গতিকে আহক জানি লও ।

Assam Swayam Scheme Online Apply

স্বয়ম আচনিৰ সবিশেষ : 

আচনিৰ নাম - Swami Vivekananda Assam Youth Empowerment (SVAYEM) Scheme 

পৰিমাণ- ৫০ হাজাত টকা প্ৰতি যুৱক/যুৱতীক । 

আবেদন প্ৰক্ৰিয়া- অনলাইন । 

আনলাইন আবেদন আৰম্ভণী- ১৬ চেপ্তেম্বৰ, ২০২০ । 

হিতাধিকাৰী- অসমৰ ২ লাখ যুৱক-যুৱতী । 

কি কি ক্ষেত্ৰৰ যুৱক-যুৱতীয়ে এই আঁচনিৰ সুবিধা পাব?

উৎপাদন ক্ষেত্ৰ ।

গ্ৰাম্য পৰিবহণ (অট চালক, ৰিক্সাচালক) ।

সেৱা তথা সামাজিক ক্ৰিয়া ।

ব্যৱসায় ।

পৰ্যটন ক্ষেত্ৰ-অনান্য ।

অনলাইন আবেদনৰ বাবে কি কি যোগ্যতা লাগিব?(Swayam Scheme Assam  Eligibility Criteria )

-প্ৰাৰ্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব৷

-প্ৰাৰ্থীগৰাকীৰ বয়স ৪০ বছৰতকৈ বেছি হ’ব নালাগিব৷

-প্ৰাৰ্থীগৰাকী অতিকমেও মেট্ৰিক পাছ হ’ব লাগিব৷

-প্ৰাৰ্থীগৰাকী ১ চেপ্তেম্বৰ, ২০২০ তাৰিখৰ আগে আগে যিকোনো আত্মসহায়ক গোট বা অনান্য গোটৰ সদস্য অন্তভূক্ত হোৱা হ’ব লাগিব৷

লগতে পঢ়ক - অসম চৰকাৰৰ চাকৰি । খালী হৈছে 138 টা গ্ৰেড ফৰ পদ । অৰ্হতা- অষ্টম মানৰ পৰা ।

Swayam Scheme Assam

কিদৰে আবেদন কৰিব লাগিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

আবেদনৰ অন্তিম দিন - 7 Oct, ২০২০

অনলাইন আবেদনৰ লিংক - ইয়াত ক্লিক কৰক  

 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/09/assam-swayam-scheme-online-apply.html

7 comments:

  1. আত্মসহায়ক গোত নাথাকিলে এই আচনিৰ ধন নেপাম নিকি

    ReplyDelete
  2. আমাৰ গোট নাই পাৰিম নে

    ReplyDelete
  3. moy ajon khetiyak 15 bigha mati kheti koru. mor koono got nai..moy lon tu pam ne....

    ReplyDelete
  4. মোৰ বহুত দৰকাৰ মই পাম নে মোৰ গোট তো নাই

    ReplyDelete
  5. Moi atia he got khulisu hbone plss jonaok

    ReplyDelete
  6. মই কোনো গোটৰ সদ্যস নহয় মই পাম নে

    ReplyDelete
  7. Moi u kunu গোটৰ সদ্যস nhhoi পাম নে এই সুবিধা

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close