Jobs in Agriculture Department Assam 2021 – 1837 Grade III and Grade IV Vacancy - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, February 26, 2021

Jobs in Agriculture Department Assam 2021 – 1837 Grade III and Grade IV Vacancy

Jobs in Agriculture Department Assam 2021 – 1837 Grade III and Grade IV Vacancy

কৃষি বিভাগত নিযুক্তি 2021

গুৱাহাটী বিশ্ববিদ্যালয়ে অসম চৰকাৰৰ  কৃষি বিভাগ খানাপাৰা আৰু ইয়াৰ জিলা কাৰ্যালয়ৰ অধীনত থকা ১৮৩৭ টা  তৃতীয় আৰু চতুৰ্থ বৰ্গ পদৰ নিযুক্তিৰ বাবে এক জাননী প্ৰকাশ কৰিছিল। কিছু দিন আবেদন গ্ৰহণ কৰাৰ পাছত বিশেষ কাৰণত এই আবেদন প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হৈছিল । এতিয়া পুনৰ এই অনলাইন আবেদন প্ৰক্ৰিয়া মুকলি কৰাৰ কথা ঘোষণা কৰা হৈছে । আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত অনলাইন আবেদন কৰিব পাৰে।

Jobs in Agriculture Department Assam


কৃষি বিভাগত নিযুক্তি 2021

1.কৃষি সম্প্ৰসাৰণ সহায়ক (AEA)

খালী পদ: 1581 টা 

দৰমহা : 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে

শিক্ষাগত অৰ্হতা -  যিকোনো শাখাৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলে আবেদন কৰিব পাৰে  ।বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা আৰু গ্ৰাম্য অঞ্চলৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। কিন্তু আবেদন সকলোৱে কৰিব পাৰিব ।

2. জুনিয়ৰ সহায়ক

খালী পদ: 200 টা

# মুখ্য কাৰ্যালয়: 47 টা পদ

# জিলা স্তৰ কাৰ্যালয় : 153 টা পদ

দৰমহা : 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে

শিক্ষাগত অৰ্হতা -  যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো অনুশাসনত স্নাতক (Graduate) ।কম্পিউটাৰত নিম্নতম 6 মাহৰ বাবে ডিপ্লোমা ।

3. গ্ৰেড-IV

খালী পদ: 09 টা পোষ্ট

দৰমহা: 12,000 টকা – 35,000 টকা আৰু 3,900 টকাৰ গ্ৰেড পে

শিক্ষাগত অৰ্হতা -  ক্লাছ ৮ পাছ ।

চাকৰিৰ খৱৰ পাবলৈ আমাৰ Whatsapp গ্ৰুপ যোগদান কৰিবলৈ ক্লিক কৰক -  ইয়াত

4. ষ্টেনো-টাইপিষ্ট

খালী পদ: 05 টা

# ইংৰাজী: 04 টা

# অসমীয়া: 01 টা

দৰমহা: 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে

শিক্ষাগত অৰ্হতা -  যিকোনো শাখাৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলে আবেদন কৰিব পাৰে  । লগতে Stenography diploma with minimum speed 80wpm, and minimum 6 months Computer diploma.

5. ইলেক্ট্ৰিচিয়ান

খালী পদ : 04 টা

দৰমহা : 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে

শিক্ষাগত অৰ্হতা -  মেট্ৰিক পাছ । লগতে 2 years Diploma in Electrical from Govt. I.T.I.

6. PI/FI/FS/কম্পিউটাৰ

খালী পদ : 24 টা

দৰমহা : 14,000 টকা – 60,500 টকা আৰু 6,200 টকাৰ গ্ৰেড পে

শিক্ষাগত অৰ্হতা -  যিকোনো শাখাৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলে আবেদন কৰিব পাৰে  । লগতে  Statistics, Economics or Mathematics as one of the subject.

7. মেকানিক

খালী পদ: 06 টা

দৰমহা: 14,000 টকা – 60,500 টকা আৰু 5,600 টকাৰ গ্ৰেড পে

শিক্ষাগত অৰ্হতা -  মেট্ৰিক পাছ । লগতে 2 years Diploma in Mechanicl from Govt. I.T.I. 

8.ষ্টেনোগ্ৰাফাৰ

খালী পদ : 08 টা

দৰমহা: 14,000 টকা – 60,500 টকা আৰু 8,700 টকাৰ গ্ৰেড পে

শিক্ষাগত অৰ্হতা -  যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো অনুশাসনত স্নাতক (Graduate) । লগতে  Grade-I Stenography diploma with minimum speed 80wpm (Eng), and minimum 6 months Computer diploma.


বয়সৰ সীমা:  

প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম বা ৪০ বছৰতকৈ অধিক হ'ব নালাগে। উচ্চ বয়সৰ সীমা এচচি/এছটিৰ ক্ষেত্ৰত 5 বছৰ আৰু ওবিচিৰ বাবে 3 বছৰ শিথিল কৰা হয় ।

কি কি ডকুমেন্ট লাগিব

1) বয়সৰ প্ৰমাণৰ বাবে জন্ম প্ৰমাণপত্ৰ বা মেট্ৰিক বা সমতুল্য পৰীক্ষাৰ এডমিট কাৰ্ড।

2) শিক্ষাগত অৰ্হতাৰ মাৰ্কশ্বীট আৰু প্ৰমাণপত্ৰ। 

3) এচচি, এছটি (পি), এছটি (এইচ) আৰু ওবিচি/এমওবিচিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ পৰা জাৰি কৰা জাতিগত প্ৰমাণপত্ৰ।
4) বৈধ নিয়োগ বিনিময় পঞ্জীয়ন কাৰ্ড/প্ৰমাণপত্ৰ। Employment Exchange Card.

5) Agril. Extension Assistant,পদৰ বাবে আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত অনুসূচী –III-ত গ্ৰাম্য বেক গ্ৰাউণ্ডৰ প্ৰমাণপত্ৰ জমা দিব লাগিব।( এইখন নিদিলেও আবেদন কৰিব পাৰিব কিন্তু দিলে আপোনাক অগ্ৰাধিকাৰ দিয়া হব)

6) পাছপোৰ্ট আকাৰ ফটোগ্ৰাফৰ ।

7) স্বাক্ষৰ। 

8) ফৰ্ম A

কৃষি বিভাগত কেনেকৈ আবেদন কৰিব How to apply Jobs in Agriculture Department 

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ Official Websiteত লৈ Online আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হব । আপুনি নিজে নাইবা যিকোনো কম্পিউটাৰ দোকানত গৈ আবেদন কৰিব পাৰে । যদি অসুবিধা হয় আমি আবেদন কৰি দিম । আমাৰ অনলাইন আবেদনৰ চাৰ্জ ১০০ টকা । আমাক কল কৰিব পাৰে 8984169157

চাকৰিৰ খৱৰ পাবলৈ আমাৰ Whatsapp গ্ৰুপ যোগদান কৰিবলৈ ক্লিক কৰক -  ইয়াত

গুৰুত্বপূৰ্ণ তাৰিখসমূহ Important Dates

অনলাইন আবেদনৰ তাৰিখ: 22 মাৰ্চ 2021

অনলাইন আবেদনৰ অন্তিম তাৰিখ: 5 এপ্ৰিল 2021

গুৰুত্বপূৰ্ণ ৱেব-লিংক

চুটি বিজ্ঞাপন: ইয়াত ক্লিক কৰক।

অনলাইন আবেদন:  ইয়াত ক্লিক কৰক

গ্ৰাম্য বেক গ্ৰাউণ্ডৰ প্ৰমাণপত্ৰ - ইয়াত ক্লিক কৰক

 ফৰ্ম A - ইয়াত ক্লিক কৰক

বিজ্ঞাপনৰ বিৱৰণ: ইয়াত ক্লিক কৰক।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close