অসম পুলিচৰ এডমিট কাৰ্ড মুকলি । কিদৰে ডাউনলোড কৰিব পঢ়ক । ASSAM POLICE ADMIT CARD DOWNLOAD 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, March 10, 2020

অসম পুলিচৰ এডমিট কাৰ্ড মুকলি । কিদৰে ডাউনলোড কৰিব পঢ়ক । ASSAM POLICE ADMIT CARD DOWNLOAD 2020

শেহতীয়াকৈ মুকলি হৈছে অসম পুলিচৰ বাবে 6662 Constable (UB) &  Constable (AB) খালী হোৱা পদৰ পৰীক্ষাৰ এডমিট কাৰ্ড । সমগ্ৰ অসমজুৰি এই পৰীক্ষা অনুষ্ঠিত হব । তলত আপুনি কিদৰে এডমিট কাৰ্ড ডাউনলোড কৰিব দেখুওৱা হৈছে ।

কিদৰে ডাউনলোড কৰিব -

  • পোনপ্ৰথমে তলত দিয়া লিংকত ভিজিট কৰক । 
  • আপোনাৰ PHONE NO. / EMAIL ID / APPLICATION ID দি লগইন কৰক ।
  • তাতে “Download Admit Card ” দেখা পাব । 
  • সেই লিংকত ক্লিক কৰক ।
  • এডমিট কাৰ্ড আপোনাৰ স্ক্ৰীণত দেখা পাব । 
  • “Print Admit Card”ত ক্লিক কৰক । 

ডাইৰেক্ট কিদৰে এডমিট ডাউনলোড কৰিব

  • এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ক্লিক কৰক - DOWNLOAD

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close