ধেমাজী ইঞ্জিনিয়াৰিং কলেজত মুকলি হোৱা খালী পদৰ পৰীক্ষাৰ ছিলেবাছ । DHEMAJI ENGINEERING COLLEGE JOB SYLLABUS - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, March 11, 2020

ধেমাজী ইঞ্জিনিয়াৰিং কলেজত মুকলি হোৱা খালী পদৰ পৰীক্ষাৰ ছিলেবাছ । DHEMAJI ENGINEERING COLLEGE JOB SYLLABUS

কিছুদিন আগতে ধেমাজী ইঞ্জিনিয়াৰিং কলেজত গ্ৰেড ফৰ , জুনিয়াৰ এছিছটেন্ট আদি পদ মুকলি হৈছিল আৰু বিভিন্নজনে চাকৰিৰ বাবে আবেদনো কৰিছিল । যিহেতু চৰকাৰী চাকৰিত লিখিত পৰীক্ষা নিতান্তই প্ৰয়োজনীয় সেয়হে অনুষ্ঠিত হবলগীয়া পৰীক্ষাৰ ছিলেবাছ ইতিমধ্যে মুকলি হৈছে । যিসকলে চাকৰিৰ বাবে আবেন কৰিছিল তেঁওলোকে তলত দিয়া ছিলেবাছ অনুসৰি পৰীক্ষাৰ প্ৰস্তুতি কৰি উৰ্ত্তীণ হব পাৰে ।
1. পদ নাম - গ্ৰেড ফৰ 
খালী পদৰ সংখ্যা - ৩০ টা
পৰীক্ষাৰ তাৰিখ - অতি সোনকালে জনোৱা হব 
পৰীক্ষাৰ ছিলেবাছ -
Dhemaji Engineering College Grade four syllabus


2. পদ নাম - জুনিয়ৰ এছিছটেন্ট
খালী পদৰ সংখ্যা- ৮ টা
পৰীক্ষাৰ তাৰিখ - অতি সোনকালে জনোৱা হব 
পৰীক্ষাৰ ছিলেবাছ -

Dhemaji Engineering COllege Junior Assistant Syllabus
গতিকে এইয়াই হৈছে ধেমাজী ইঞ্জিনিয়াৰিং কলেজত মুকলি হোৱা খালী পদৰ পৰীক্ষাৰ ছিলেবাছ । বাকী কেইটা পদৰ ছিলেবাছ পাবলৈ তলৰ লিংকত ক্লিক কৰক ।

সম্পূৰ্ণ ছিলেবাছ ডাউনলোড কৰিবলৈ ক্লিক কৰক - CLICK HERE

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close