Swiggyত Delivery Executives হিচাপে কাম কৰি উপাৰ্জন কৰক মাহত ৩০ হাজাৰ টকালৈ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । SWIGGY JOBS IN ASSAM - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, March 14, 2020

Swiggyত Delivery Executives হিচাপে কাম কৰি উপাৰ্জন কৰক মাহত ৩০ হাজাৰ টকালৈ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । SWIGGY JOBS IN ASSAM

Swiggyৰ নাম হয়তো আপুনি নিশ্চয় শুনিছে । যিটো সময়ত ৰাজ্যত  নিববনুৱা সমস্যাই ভয়াবহ ৰৃপ ধাৰণ কৰিছে তেনেস্থলত এনে কোম্পানীসমূহত চাকৰি কৰি কিছুধৰণে হলেও নিবনুৱাসকলে সকাহ পায় আহিছে । আজি আমি জনাম আপুনি কিদৰে Swiggy ত এজন Delivery Executiveাs হিচাপে কাম কৰি মাহেকত ৩০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব ।


উপাৰ্জন কিমান -  

  • মাহেকত আপুনি ৩০ হাজাৰোধিক টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব ।
  • প্ৰতি সপ্তাহত আপোনাৰ বেংক একাউন্টত পইছা জমা হব ।
  • অধিক  কামৰ প্ৰদৰ্শন কৰিলে তাৰ ওপৰত লাভ কৰিব ইনছেনটিভ । 
  • ১ লাখ টকাৰ মেডিকেল ইঞ্চুৰেঞ্চৰ লগতে ৫ লাখ টকাৰ এক্সিডেন্টেল  ইঞ্চুৰেঞ্চ ।

কাম কি হব

  • ৰেষ্ট্ৰুৰেন্ট্ৰৰ পৰা অৰ্ডাৰ সংগ্ৰহ কৰা । 
  • সেই অৰ্ডাৰ গ্ৰাহকৰ ঘৰত গৈ দিয়া । 
  • গ্ৰাহকৰ পৰা অৰ্ডাৰৰ বিনিময়ত পই্ছা সংগ্ৰহ কৰা ।

অৰ্হতা

  • যিকোনো  10th পাছ, HSপাছ নাইবা অন্য়ান্য় সকলোৱে আবেদন কৰিব পাৰিব । 
  • চাইকেল বা মটৰ চাইকেল চলোৱা জানিব লাগিব । 

কিদৰে আবেদন কৰিব

আপুনি অনলাইন নাইবা অফলাইন আবেদন কৰিব পাৰে । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । অফলাইন আবেদন কৰিবলৈ আপোনাৰ প্ৰয়োজনীয় নথি পত্ৰ যেনে Driver License , PAN Card , Aadhaar Card নাইবা Voter ID লৈ তলত দিয়া ঠিকনালৈ যাওক - 
6th Floor, Adityam Building, Ulubari, Lachit Nagar, Guwahati - 781007 Adityam Building 

 অনলাইন আবেদন কৰিবলৈ ক্লিক কৰক - CLICK HERE

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close