শেহতীয়াকৈ অসম পুলিচত মুকলি হৈছে কেইটামান বিশেষ পদত চাকৰি । অনলাইন যোগে হবলগীয়া এই চাকৰিৰ আবেদন প্ৰক্ৰিয়া কিদৰে কৰিব জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।
আবেদন প্ৰক্ৰিয়া | অনলাইন |
---|---|
অন্তিম দিন | ০৪ মে, ২০২০ |
জুনিয়ৰ এছিছটেন্ট (জিলা ভিত্তিক)
খালী পদ - ১৭০ টা (Unreserved: 60 Posts ,OBC/MOBC: 38 Posts, SC: 08 Posts, ST(H): 03 Post, ST(P): 16 Posts, EWS: 45 Posts)
শিক্ষাগত অৰ্হতা - যিকোনো গ্ৰেডুৱেট (BA/BSC/BCOM/BTECH ETC ) লগতে কম্পিউটাৰ ডিপ্লমা ।
দৰমহা - Rs.14000 – Rs.49000 (Pay Band No. 2) লগতে গ্ৰেড পে ।
বয়স - ১৮ৰ পৰা ৩৮ বছৰলৈ । SC, ST(P) and ST(H) ৰ বাবে ৫ বছৰ আৰু OBC/ MOBC.ৰ বাবে ৩ বছৰ ৰেহাই ।
জুনিয়ৰ এছিটেন্ট ( হেড কোৱাৰ্টাৰ)
খালী পদ - ১৫ টা (Unreserved: 04 Posts, OBC/MOBC: 03 Posts, SC: 03 Posts, ST(H): 01 Post, ST(P): 03 Posts, EWS: 01 Post)
শিক্ষাগত অৰ্হতা - যিকোনো গ্ৰেডুৱেট (BA/BSC/BCOM/BTECH Etc ) লগতে কম্পিউটাৰ ডিপ্লমা ।
দৰমহা - Rs.14000 – Rs.49000 (Pay Band No. 2) লগতে গ্ৰেড পে ।
বয়স - ১৮ৰ পৰা ৩৮ বছৰলৈ । SC, ST(P) and ST(H) ৰ বাবে ৫ বছৰ আৰু OBC/ MOBC.ৰ বাবে ৩ বছৰ ৰেহাই ।
ষ্টেনুগ্ৰাফাৰ
খালী পদ - ১৯ টা (OBC/MOBC: 05 Posts, SC: 01 Post, ST(H): 03 Posts, ST(P): 05 Posts, EWS: 05 Posts)
শিক্ষাগত অৰ্হতা - যিকোনো গ্ৰেডুৱেট (BA/BSC/BCOM/BTECH Etc ) লগতে ষ্টেনুগ্ৰাফাৰাৰ চাৰ্টিফিকেট থকাটো প্ৰয়োজনীয় ।
দৰমহা - Rs.14000 – Rs.49000 (Pay Band No. 2) লগতে গ্ৰেড পে ।
বয়স - ১৮ৰ পৰা ৩৮ বছৰলৈ । SC, ST(P) and ST(H) ৰ বাবে ৫ বছৰ আৰু OBC/ MOBC.ৰ বাবে ৩ বছৰ ৰেহাই ।
আবেদনৰ আৰম্ভণী দিন -
৪ এপ্ৰিল, ২০২০ ।
কিদৰে আবেদন কৰিব-
ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব ।
১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ,পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।
No comments:
Post a Comment