মাখিৰ পৰা হব পাৰে কৰণা ভাইৰাছৰ সংক্ৰমণ । অমিতাভ বচ্ছনে দিলে সাৱধানবাণী । Amitabh Bachchan - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, March 26, 2020

মাখিৰ পৰা হব পাৰে কৰণা ভাইৰাছৰ সংক্ৰমণ । অমিতাভ বচ্ছনে দিলে সাৱধানবাণী । Amitabh Bachchan

কৰণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত আহিছে আন এক ভয়ংকৰ তথ্য । শেহতীয়াকৈ অমিতাভ বচ্চনে এক ৰিপৰ্টৰ অনুযায়ী জনায় যে আমাৰ আশে পাশে ঘুৰি ফুৰা মাখিৰ জৰিয়তে হব পাৰে কৰণা ভাইৰাছৰ সংক্ৰমণ । এক ভিডিঅ মুকলি কৰি অমিতাভ বচ্চনে মাখী সন্দৰ্ভত সতৰ্কবাণী  জনায় ।


অমিতাভ বচ্চনে কয় যে সমগ্ৰ দেশ কৰণা ভাইৰাছৰ সৈতে যুজি আছে । সকলোৱে এই যুজত মহত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব । চীনৰ এক ৰিচাৰ্চত কোৱা হৈছে মানুহৰ পায়খানাত কৰণা ভাইৰাছ কেইবাসপ্তাহলৈ জীয়াই থাকিব পাৰে ।  সেয়হে কৰণা ভাইৰাছ যাৰ দেহত আছে সেই ব্য়ক্তিৰ পায়খানাত কৰণা ভাইৰাছ কেইবাসপ্তাহলৈ জীয়াই থাকিব পাৰে । গতিকে সেই পায়খানাৰ পৰা মাখিৰ জৰিয়তে কৰণা ভাইৰাছ সংক্ৰমণ হোৱাৰ সম্ভৱণা অধিক । সেয়হে অমিতাভ বচ্চনে কৰণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ মুকলিকৈ পায়খান কৰা বন্ধ কৰিবলৈ অনুৰোধ জনাইছে ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close