Swiggyৰ নাম হয়তো আপুনি নিশ্চয় শুনিছে । যিটো সময়ত ৰাজ্যত নিববনুৱা সমস্যাই ভয়াবহ ৰৃপ ধাৰণ কৰিছে তেনেস্থলত এনে কোম্পানীসমূহত চাকৰি কৰি কিছুধৰণে হলেও নিবনুৱাসকলে সকাহ পায় আহিছে । আজি আমি জনাম আপুনি কিদৰে Swiggy ত এজন Delivery Executiveাs হিচাপে কাম কৰি মাহেকত ৩০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব ।
উপাৰ্জন কিমান -
- মাহেকত আপুনি ৩০ হাজাৰোধিক টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব ।
- প্ৰতি সপ্তাহত আপোনাৰ বেংক একাউন্টত পইছা জমা হব ।
- অধিক কামৰ প্ৰদৰ্শন কৰিলে তাৰ ওপৰত লাভ কৰিব ইনছেনটিভ ।
- ১ লাখ টকাৰ মেডিকেল ইঞ্চুৰেঞ্চৰ লগতে ৫ লাখ টকাৰ এক্সিডেন্টেল ইঞ্চুৰেঞ্চ ।
কাম কি হব -
- ৰেষ্ট্ৰুৰেন্ট্ৰৰ পৰা অৰ্ডাৰ সংগ্ৰহ কৰা ।
- সেই অৰ্ডাৰ গ্ৰাহকৰ ঘৰত গৈ দিয়া ।
- গ্ৰাহকৰ পৰা অৰ্ডাৰৰ বিনিময়ত পই্ছা সংগ্ৰহ কৰা ।
অৰ্হতা-
- যিকোনো 10th পাছ, HSপাছ নাইবা অন্য়ান্য় সকলোৱে আবেদন কৰিব পাৰিব ।
- চাইকেল বা মটৰ চাইকেল চলোৱা জানিব লাগিব ।
কিদৰে আবেদন কৰিব -
আপুনি অনলাইন নাইবা অফলাইন আবেদন কৰিব পাৰে । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । অফলাইন আবেদন কৰিবলৈ আপোনাৰ প্ৰয়োজনীয় নথি পত্ৰ যেনে Driver License , PAN Card , Aadhaar Card নাইবা Voter ID লৈ তলত দিয়া ঠিকনালৈ যাওক -
6th Floor, Adityam Building, Ulubari, Lachit Nagar, Guwahati - 781007 Adityam Building
Job is my inproten
ReplyDelete