অইলৰ চাকৰি । অৰ্হতা হায়াৰ ছেকেণ্ডেৰীৰ পৰা আৰম্ভ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । OIL JOBS IN ASSAM 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, June 4, 2020

অইলৰ চাকৰি । অৰ্হতা হায়াৰ ছেকেণ্ডেৰীৰ পৰা আৰম্ভ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । OIL JOBS IN ASSAM 2020

Oil India Limited (OIL) ৰ নাম হয়তো সকলোৱে শুনিছে । অইলত চাকৰি কৰাৰ সপোন বহুতৰে থাকে । তেনেস্থলত শেহতীয়াকৈ অইলত মুকলি হৈছে কেইবাটাও চাকৰিৰ খালী পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অনলাইন । ( ২ জুনৰ পৰা)

খালী পদৰ নাম-

1.Jr. Assistant – I, Clerk-cum-Computer Operator

পদৰ সংখ্য়া

৪ টা

অৰ্হতা

হায়াৰ ছেকেণ্ডেৰী পাছ লগতে ৬ মাহৰ কম্পিউটাৰ ডিপ্লমা কৰ্ছ । আৰু টাইপিং স্পিড 30 (thirty) words per minute হব লাগিব ।

লগতে পঢ়ক - জিলা চেচন ন্যায়াধীশ আদালত মুকলি ৭ টা পিয়নৰ চাকৰি । অষ্টম মান পাছৰ পৰা আৰম্ভ ।

2.Sr. Assistant – I, Steno Typis

পদৰ সংখ্য়া

৩ টা ।

অৰ্হতা

যিকোনো গ্ৰডুৱেট লগতে লগতে ৬ মাহৰ কম্পিউটাৰ ডিপ্লমা কৰ্ছ । ইয়াৰোপৰিও English Shorthand Course with minimum speed of 80 words per minute আৰুComputer typing with a minimum speed of 30 words per minute ৰ চাৰ্টিফিকেট লাগিব ।

ইয়াৰোপৰিও Jr. Assistant –I , Hindi Typist cum Computer Operator ৰ এটা  পদ খালী আছে । সবিশেষ জানিবলৈ তলৰ বিজ্ঞাপন চাব পাৰে ।

বয়স

১৮ৰ পৰা ৩০ বছৰ । অবিচিৰ বাবে ৩৩ বছৰ আৰু SCৰ বাবে ৩৫ বছৰ ।

আবেদন ফিজ

General and OBC ৰ বাবে ২০০ টকা । বাকীসকলক ৰেহাই ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰে । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

আবেদনৰ অন্তিম দিন

১ জুলাই, ২০২০ ।

লগতে পঢ়ক - PNRD বিভাগত মুকলি জব কাৰ্ডৰ আবেদন । পঢ়ক কিদৰে ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close