আকৌ শিক্ষা বিভাগত মুকলি চাকৰি । খালী পদ ১৩৩ টা । আবেদন কৰিবলৈ ক্লিক কৰক । ASSAM EDUCATION DEPARTMENT JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, June 5, 2020

আকৌ শিক্ষা বিভাগত মুকলি চাকৰি । খালী পদ ১৩৩ টা । আবেদন কৰিবলৈ ক্লিক কৰক । ASSAM EDUCATION DEPARTMENT JOB 2020

শেহতীয়াকৈ অসম চৰকাৰৰ Directorate of Secondary Education, Assam  য়ে বিভাগীয়ভাৱে ১৩৩ টা বিভিন্ন পদত চাকৰিৰ আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে । কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অনলাইন ।

অনলাইন আবেদনৰ অন্তিম দিন

২৩ জুন, ২০২০

1. Junior Assistant (জিলা পৰ্যায় আৰু স্কুল পৰ্যায় ) 

খালী পদৰ সংখ্যা

৯৯ টা

শিক্ষাগত অৰ্হতা

যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা ।

লগতে পঢ়ক- সুযোগ নেহেৰুৱাব । আহি গল আবকাৰী বিভাগত ২০৩ টা পদত চাকৰি । অৰ্হতা- মেট্ৰিক পাছ ।

দৰমহা

 Rs.14,000-60,500 লগতে  Grade Pay Rs.5600/-.।

2. Junior Assistant (জিলা পৰ্যায়ত ) 

খালী পদৰ সংখ্যা

২০ টা

শিক্ষাগত অৰ্হতা

যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা ।

দৰমহা

 Rs.14,000-60,500 লগতে Grade Pay Rs.6,200/-.।

3. Statistical Assistant

খালী পদৰ সংখ্যা

১৪ টা ।

শিক্ষাগত অৰ্হতা

যিকোনো গ্ৰেডুৱেট লগতে ৬ মহীয়া কম্পিউটাৰ ডিপ্লমা । আৰু Statistics or Economics  বিষয় থকাটো প্ৰয়োজনীয় ।

দৰমহা

 Rs.14,000-60,500 লগতে Grade Pay Rs.7,600/-.।

অন্যান্য অৰ্হতা

বয়স- ১৮ ৰ পৰা ৩৮ বছৰ । লগতে এছটি অবিচিৰ বাবে ৰেহাই ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

লগতে পঢ়ক - PNRD বিভাগত মুকলি জব কাৰ্ডৰ আবেদন । পঢ়ক কিদৰে ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here(8th June, 2020)

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close