চেন্ট্ৰেল গৰ্ভমেন্টৰ চাকৰি । খালী হৈছে ৪৬৪ টা পদ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । BECIL JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, June 1, 2020

চেন্ট্ৰেল গৰ্ভমেন্টৰ চাকৰি । খালী হৈছে ৪৬৪ টা পদ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । BECIL JOB 2020

BECIL(Broadcast Engineering Consultants India Limited (BECIL))  য়ে শেহতীয়াকৈ এক বিজ্ঞাপন দি ৪৬৪ টা MTS পদৰ বাবে চাকৰি আবেদন বিচাৰিছে । কত কিদৰে কেনেকৈ আবেদন কৰিব পাৰি সেই বিষয়ে সবিশেষ জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অফলাইন (ডাকৰ জৰিয়তে)

খালী পদৰ নাম

মাল্টি টাছকিং 

ষ্টাফ খালী পদৰ সংখ্যা

৪৬৪ টা 

শিক্ষাগত অৰ্হতা

মেট্ৰিক পাছ 

দৰমহা

১৪,৮৪২ টকা 

আবেদনৰ মাচুল

জেনেৰেল আৰু অবিচি- ৫০০ টকা 

কিদৰে আবেদন কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন আবেদন কৰিব পাৰিব । প্ৰাৰ্থীসকলে অফলাইন আবেদনৰ বাবে তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি ফৰ্মফিলাপ কৰি তলত দিয়া নথিসমূহৰ সৈতে নিম্নোক্ত ঠিকনাত পঠিয়াব লাগিব ।
১. সকলো শিক্ষাগত অৰ্হতাৰ নথিপত্ৰৰ জেৰক্স । 
২. ৱৰ্ক একস্পিৰিয়েন্সৰ জেৰক্স । 
৩. ২ টা পাছপৰ্ট চাইজ ফটো । 
৪. পান কাৰ্ডৰ জেৰক্স 
৫. আধাৰ কাৰ্ডৰ জেৰক্স 

ঠিকনা

Deputy General Manager (HR) in BECIL’s Head Office at BECIL, 14-B, Ring Road, I.P. Estate, New Delhi-110002, Phone: 011-23378823.

লগতে পঢ়ক- অসম চৰকাৰৰ ৫০ টা ড্ৰাইভাৰ পদৰ চাকৰি মুকলি ।

এপ্লিকেচন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close