অইল ইণ্ডিয়া, দুলীয়াজানত চাকৰি । খালী পদ ৱাৰ্ডেন । দৰমহা - ১৩৫০০ টকা । ডাইৰেক্ট ইন্টাৰভিউ । OIL INDIA JOBS IN ASSAM 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, May 31, 2020

অইল ইণ্ডিয়া, দুলীয়াজানত চাকৰি । খালী পদ ৱাৰ্ডেন । দৰমহা - ১৩৫০০ টকা । ডাইৰেক্ট ইন্টাৰভিউ । OIL INDIA JOBS IN ASSAM 2020

অইল ইণ্ডিয়াই শেহতীয়াকৈ মুকলি কৰিছে  এটা চাকৰিৰ আবেদন । কত কিদৰে কেনেকৈ আবেদন কৰিব জানিবলৈ তলৰ লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।

খালী পদৰ নাম

ৱাৰ্ডেন ।

ইন্টাৰভিউৰ তাৰিখ

১২ জুন, ২০২০ ।  ।

চাকৰিৰ স্থান

স্কুল অৱ নাৰ্চিং, অইল হস্পিটাল, অসম, দুলীয়াজান

খালী পদ

১ টা ।

শিক্ষাগত অৰ্হতা

যিকোনো গ্ৰেডুৱেট বিশেষকৈ বিএছচি(হম চাইন্স) নহলে ডিপ্লমা ইন হাউচ কিপিং

লগতে পঢ়ক - দশম মান পাছসকলৰ বাবে চেন্ট্ৰেল গৰ্ভমেন্টৰ চাকৰি । খালী হৈছে ৪৬৪ টা পদ ।

বয়স

৪০ৰ পৰা ৫০ বছৰ ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে ডাইৰেক্ত ইন্টাৰভিউৰ বাবে যাব লাগিব । ইন্টাৰভিউৰ বাবে প্ৰয়োজনীয় সকলো নথিপত্ৰ লগত লৈ যাব লাগিব ।

ইন্টাৰভিউৰ সবিশেষ

১২ জুন, ২০২০
ৰেজিষ্ট্ৰেচন সময়-  ৭ বজাৰ পৰা ৯ বজা ।
স্থান -  অইল ইণ্ডিয়া হস্পিটাল, দুলীয়াজান ।

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close