অসম মেডিকেল কলেজত খালী চছিয়েল ৱৰ্কাৰৰ পদ । ডাইৰেক্ট ইন্টাৰভিউ । কত কিদৰে জানিবলৈ ক্লিক কৰক । SOCIAL WORKER POST 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, May 31, 2020

অসম মেডিকেল কলেজত খালী চছিয়েল ৱৰ্কাৰৰ পদ । ডাইৰেক্ট ইন্টাৰভিউ । কত কিদৰে জানিবলৈ ক্লিক কৰক । SOCIAL WORKER POST 2020

অসম মেডিকেল কলেজ(AMCH)ত শেহতীয়াকৈ মুকলি হৈছে চাকৰি । কত কিদৰে কেনেকৈ আবেদন কৰিব জানিবলৈ সবিশেষ পঢ়ক ।

খালী পদৰ নাম-  

মেডিকেল চচিয়েল ৱৰ্কাৰ ।

দৰমহা

৩৫৫০০ টকা প্ৰতি মাহ ।

খালী পদৰ সংখ্যা

১ টা 

শিক্ষাগত অৰ্হতা

Master of Social Work (MSW)/ M.Sc(লাইফ চাইন্স) ।

লগতে পঢ়ক - দশম মান পাছসকলৰ বাবে চেন্ট্ৰেল গৰ্ভমেন্টৰ চাকৰি । খালী হৈছে ৪৬৪ টা পদ ।

অন্যান্য অৰ্হতা -

ডাইবেটিক ৰিচাৰ্চ ফিল্ডত এক বছৰৰ অৰ্হতা ।
কম্পিউটাৰ এপ্লিকেচন আৰু ডাটা মেনেজমেন্টৰ জ্ঞান থকাটো প্ৰয়োজনীয় ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাথীসকলে ডাইৰেক্ট ইন্টাৰভিউৰ বাবে যাব লাগিব । ডাইৰেক্ট ইন্টাৰভিউৰ স্থান তলত দিয়া হৈছে ।

ডাইৰেক্ট ইন্টাৰভিউৰ স্থান -

তাৰিখ - ৩ জুন, ২০২০ 
সময় - ১০:৩০ বজাৰ পৰা 

স্থান-অফিচ অৱ হেড ডিপাৰ্টমেন্ট, মেডিচিন, AMCH, ডিব্ৰগড় । 

চৰকাৰী বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close