অসম চৰকাৰত ড্ৰাইভাৰ পদত বাম্পাৰ নিযু্ক্তি । অৰ্হতা - মাথো দশম মান । কিদৰে আবেদন কৰিব চাওক । ASSAM GOVT DRIVER JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, May 30, 2020

অসম চৰকাৰত ড্ৰাইভাৰ পদত বাম্পাৰ নিযু্ক্তি । অৰ্হতা - মাথো দশম মান । কিদৰে আবেদন কৰিব চাওক । ASSAM GOVT DRIVER JOB 2020

State Level Police Recruitment Board of Assam য়ে শেহতীয়াকৈ ফৰেষ্ট ডিপাৰ্টমেন্টৰ বিভিন্ন পদত চাকৰিৰ বিজ্ঞাপন দি মুকলি কৰিছে প্ৰায় ১০০০ টা পদত চাকৰি । আমি আলোচনা কৰিম কত কিদৰে অতি সহজে ড্ৰাইভাৰ পদত আবেদন কৰিব পাৰিব ।

আবেদন প্ৰক্ৰিয়া -

অনলাইন

আবেদন আবেদনৰ আৰম্ভণী-

২৫ মে,২০২০( বিয়লি ৪ বজাৰ পৰা)

খালী পদৰ নাম

ড্ৰাইভাৰ

পদৰ সংখ্যা -

৫০ টা ।

অৰ্হতা -  

মেট্ৰিক পাছ লগতে ড্ৰাইভিং চাৰ্টিফিকেট ।

লগতে পঢ়ক - আমাজন ইণ্ডিয়াত মুকলি ৫০ হাজাৰ চাকৰি । এইদৰে আবেদন কৰক আজিয়েই ।

বয়স

১৮ৰ পৰা ৩৮ বছৰ ।

দৰমহা -  

Rs.14,000 – Rs.60,500 plus Grade Pay of Rs.5,600/

অন্যান্য অৰ্হতা -

১. প্ৰাৰ্থীজন ভাৰতীয় হব লাগিব ।
২.এছচি এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই থাকিব ।
৩. এপ্লইমেন্ট এক্সচেন্জত ৰেজিষ্টাৰ থকা হব লাগিব ।

কিদৰে আবেদন কৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদন প্ৰক্ৰিয়া আজি অৰ্থাৎ ২৫ মে, ২০২০ চনৰ বিয়লি ২ বজাৰ পৰা আৰম্ভ হব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । \

আবেদনৰ অন্তিম দিন -

২৬ জুন, ২০২০ ।

কি কি ডকুমেন্ট লাগিব

  1. Admit card of HSLC or equivalent for proof of age.
  2. Four wheeler driving license
  3. Employment Exchange Registration Card/Certificate.  

লগতে পঢ়ক - PNRD বিভাগত মুকলি জব কাৰ্ডৰ আবেদন । পঢ়ক কিদৰে ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

অনলাইন আবেদন কৰাত অসুবিধা পাইছে নেকি ? 

লকডাউনৰ বাবে অনলাইন এপ্লাই কৰাত অসুবিধা পাইছে যদি চিন্তা নকৰিব । আমি কৰিম আপোনাৰ অনলাইন এপ্লাইৰ কাম । এতিয়াই ফোন কৰক 8724878457 । মনত ৰাখিব আমি আপোনাৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়াতহে সহায় কৰিম । বাকী ইন্টাৰভিউ দি পাছ কৰা আপোনাৰ নিজৰ ওপৰত কথা । যদি আগ্ৰহী তেন্তে কল কৰক - 8724878457 

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close