আমাজন ইণ্ডিয়াত মুকলি ৫০ হাজাৰ চাকৰি । এইদৰে আবেদন কৰক আজিয়েই । AMAZON COMPANY JOB IN ASSAM 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, May 27, 2020

আমাজন ইণ্ডিয়াত মুকলি ৫০ হাজাৰ চাকৰি । এইদৰে আবেদন কৰক আজিয়েই । AMAZON COMPANY JOB IN ASSAM 2020

আমাজন ইণ্ডিয়া হৈছে ভাৰতৰ  আগশাৰীয় কোম্পানীৰ ভিতৰত অন্যতম । লকডাউনৰ কঠিন মুহুৰ্তত যত লাখ লাখ ব্যক্তি নিবনুৱা হৈ পৰিছে তেনে সময়ত আমাজনে ঘোষনা কৰিছে ৫০ হাজাৰ পদত চাকৰি দিয়াৰ কথা । কত কেনেকৈ কিদৰে আবেদন কৰিব জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া


আমাজন ইণ্ডিয়া কি হয় -

আমাজন হৈছে এটা ই কমাৰ্চ কোম্পানী যাৰ দ্বাৰা অনলাইন সামগ্ৰী ক্ৰয় বিক্ৰয় কৰা হয় । মনকৰিবলগীয়া যে আমেৰিকাৰ Seattle ত আমাজনৰ মুখ্য কাৰ্যালয় অৱস্থিত । ইয়াৰে ভাৰতৰ হাইদৰাবাদত আমেৰিকাৰ বাহিৰত থকা আটাইতকৈ বৃহৎ কাৰ্যালয়টো অৱস্থিত । এই কাৰ্যালয়ৰ এটি ফটো তলত দাঙি ধৰিলো -
Amazon Head Office, India

কি বিভাগত চাকৰি হব

লকডাউনৰ সময়ত যিসকলে চাকৰি হেৰুৱাইছে বা যিসকল ইতিমধ্যে নিৱনুৱা হয় আছে তেঁওলোকক সকাহ দিবলৈ আমাজনে ৫০০০০ লোকক নিযুক্তি প্ৰক্ৰিয়াত সামৰি লব বুলি ঘোষণা কৰিছে । বিভাগীয় কৰ্তৃপক্ষউ জনোৱা অনুসৰি ৱেৰহাউচিং আৰু ডেলিভাৰী বিভাগত এই লোকসকলক নিযুক্তি দিয়া হব । লকডাউনৰ বাবে অনলাইন সামগ্ৰীৰ বিক্ৰীৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে আমাজনক কৰ্মচাৰীৰ প্ৰয়োজন হৈছে । আৰু সেইবাবেই আমাজনে ৫০ হাজাৰ লোকক অস্থায়ীভাৱে চাকৰিত নিয়োগ কৰিব বিচাৰিছে ।

লগতে পঢ়ক- অসম চৰকাৰৰ ৫০ টা ড্ৰাইভাৰ পদৰ চাকৰি মুকলি ।


কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে মেইলযোগে নাইবা ফোন যোগে এই বৃহৎ চাকৰিৰ বাবে আবেদন কৰিব পাৰে । ফোনৰ দ্বাৰা আবেদন কৰিব বিচৰা ব্যক্তিসকলে 1800-208-9900 নম্বৰত ফোন কৰি আবেদন কৰিব পাৰে । নহলে seasonalhiringindia@amazon.com ত ইমেইলযোগেও আপোনাৰ বায়ডাটা দি আবেদন কৰিব পাৰিব ।ফোন কৰিলে ৰিছিভ নকৰে । ফোন কৰিলে আপোনাৰ ফোন  নং তেঁওলোকৰ তাত ছেভ হৈ যাব আৰু আমাজনে আপোনাক কল কৰিব ।

লগতে পঢ়ক - স্বাস্থ্য বিভাগত ক্লাছ ৮ পাছৰ বাবে মুকলি হোৱা পদসমমুহত  কিদৰে আবেদন কৰিব । চাওক

11 comments:

  1. Recv nahi kiaa mene call kiaa tha

    ReplyDelete
  2. ওপৰত দিয়া আমাজন বিলদিং টোৰ নাম হাইড্১৩ এই কোম্পানী টো nanakaramguda , Gachibowli,serilingampally , golkonda , hyderabad telanganat অৱস্থিত , কাম কৰাৰ অভিজ্ঞ তা থাকিলে প্ৰতিদিনে চাকৰি পাই, এনেই ফটুৱা তীয়াৰপি কিয় বিচাৰি থাকে।

    ReplyDelete
  3. সঁচা নে মিছা বন্ধুসকল

    ReplyDelete
  4. every sunday interview hoi tat ,,, resume khn loi golei hol ...tat aku toka poisa r kheel nai

    ReplyDelete
  5. ডিম্পু তুমি এই বাতৰিটো কত পালা?
    ইয়াৰ লিংকটো শ্বেয়াৰ কৰা | কাৰন এমাজনৰ পৰা অস্ৱীকাৰ কৰিছে

    ReplyDelete
    Replies
    1. Batori tu economic times tu ase. amak fokotia kua agot economic times agot ki hoi jani louk. aru jodi english pohibo najane sorry tat amar prblm nai. batori tu link tu hoise https://economictimes.indiatimes.com/jobs/creating-close-to-50000-seasonal-jobs-says-amazon-india/articleshow/75889324.cms

      Delete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close