‌অসম চৰকাৰৰ বন বিভাগত মুকলি চাকৰি । অৰ্হতা - দশম মান/ হায়াৰ ছেকেণ্ডেৰী । ASSAM FOREST DEPARTMENT JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, May 24, 2020

‌অসম চৰকাৰৰ বন বিভাগত মুকলি চাকৰি । অৰ্হতা - দশম মান/ হায়াৰ ছেকেণ্ডেৰী । ASSAM FOREST DEPARTMENT JOB 2020

‌অসম চৰকাৰৰ বন বিভাগত মুকলি চাকৰি

State Level Police Recruitment Board of Assam য়ে শেহতীয়াকৈ ফৰেষ্ট ডিপাৰ্টমেন্টৰ বিভিন্ন পদ চাকৰিৰ বিজ্ঞাপন দি মুকলি কৰিছে প্ৰায় ১০০০ টা পদত চাকৰি । আমি আলোচনা কৰিম কত কিদৰে অতি সহজে আবেদন কৰিব পৰা পদসমূহৰ বিষয়ে । আমি অকল সকলোৱে আবেদন কৰিব পৰা পদসমূহৰ বিষয়েহে জনাম আপোনালোকক ।

আবেদন প্ৰক্ৰিয়া

অনলাইন 

আবেদন আবেদনৰ আৰম্ভণী

২৫ মে,২০২০( বিয়লি ৪ বজাৰ পৰা) 

আবেদনৰ অন্তিম দিন

২৬ জুন, ২০২০ । 

খালী পদৰ নাম

1. ফৰেষ্ট গাৰ্ড খালী 

পদৰ সংখ্যা - ৮১২ টা  
অৰ্হতা - হায়াৰ ছেকেণ্ডেৰী পাছ ।  
বয়স - ১৮ৰ পৰা ৩৮ বছৰ । 
দৰমহা -  Rs.14,000 – Rs.60,500 plus Grade Pay of Rs.5,600/

2.ড্ৰাইভাৰ 

পদৰ সংখ্যা -৫০ টা ।
অৰ্হতা -  মেট্ৰিক পাছ লগতে ড্ৰাইভিং চাৰ্টিফিকেট । 
বয়স - ১৮ৰ পৰা ৩৮ বছৰ । 
দৰমহা -  Rs.14,000 – Rs.60,500 plus Grade Pay of Rs.5,600/

৩. ফৰেষ্টাৰ

পদৰ সংখ্যা -১৪৪ টা ।
অৰ্হতা -  যিকোনো গ্ৰেডুৱেট ।
বয়স - ২১ বছৰ পৰা ৩৮ বছৰ ।
দৰমহা -  Rs.14,000 – Rs.60,500 plus Grade Pay of Rs.6,400/
ইয়াৰোপৰিও ষ্টেনুগ্ৰাফাৰ, মাউট আদি অন্যান্য পদ খালী হৈছে যিবোৰৰ বিষয়ে আমি ইয়াত আলোচনা নকৰো । যদি আপুনি আগ্ৰহী তেন্তে তলৰ বিজ্ঞাপনৰ লিংকত গৈ সবিশেষ পঢ়ি লব ।

লগতে পঢ়ক - স্বাস্থ্য বিভাগত ক্লাছ ৮ পাছৰ বাবে মুকলি হোৱা পদসমমুহত  কিদৰে আবেদন কৰিব । চাওক


অন্যান্য অৰ্হতা

১. প্ৰাৰ্থীজন ভাৰতীয় হব লাগিব ।  
২.এছচি এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহাই থাকিব ।

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদন প্ৰক্ৰিয়া আজি অৰ্থাৎ ২৫ মে, ২০২০ চনৰ বিয়লি ২ বজাৰ পৰা আৰম্ভ হব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । 

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here 

অনলাইন আবেদন কৰাত অসুবিধা পাইছে নেকি ? 

লকডাউনৰ বাবে অনলাইন এপ্লাই কৰাত অসুবিধা পাইছে যদি চিন্তা নকৰিব । আমি কৰিম আপোনাৰ অনলাইন এপ্লাইৰ কাম । এতিয়াই ফোন কৰক 8724878457 । মনত ৰাখিব আমি আপোনাৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়াতহে সহায় কৰিম । বাকী ইন্টাৰভিউ দি পাছ কৰা আপোনাৰ নিজৰ ওপৰত কথা । যদি আগ্ৰহী তেন্তে কল কৰক - 8724878457 

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close