অসম চৰকাৰৰ PNRD বিভাগত মুকলি চাকৰি কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । ASSAM JOB CARD APPLY 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, May 24, 2020

অসম চৰকাৰৰ PNRD বিভাগত মুকলি চাকৰি কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । ASSAM JOB CARD APPLY 2020

অসম চৰকাৰৰ (পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ) Mahatma Gandhi National Rural Employment Guarantee Act (MGNREGA) অৰ্থাৎ মনৰেগাৰ অধীনত ইচ্চুক প্ৰাৰ্থীসকলক জবকাৰ্ডৰ আবেদন কৰিবলৈ আহ্বান জনাইছে । এই মনৰেগাৰ মুখ্য উদ্দেশ্য হৈছে প্ৰতিখন ঘৰৰ একোজন ব্যক্তিক ১০০ দিনৰ বাবে কাম প্ৰদান কৰা । অতি সহজে আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰিব । বিশদভাৱে জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।

কোনে কোনে এপ্লাই কৰিব পাৰিব

জব কাৰ্ডৰ বাবে তলত দিয়া লোকসকলে আবেদন কৰিব পাৰিব-

  1. লকডাউনৰ বাবে বহি:ৰাজ্যৰ পৰা নিজ গৃহলৈ উভতি অহা লোক । 
  2. লকডাউনৰ বাবে চহৰৰ পৰা ঘৰলৈ উভতি যোৱা লোক । 
  3. গাৱত থকা অন্যান্য ইচ্ছুক লোক । 

লগতে পঢ়ক - স্বাস্থ্য বিভাগত মুকলি পিয়নৰ চাকৰি । আজিয়েই কৰক আবেদন 

জব কাৰ্ডৰ মুখ্য সুবিধাসমূহ

  1. প্ৰতিজন লোকক দৈনিক ২১৩ টকাকৈ দিয়া হব । 
  2. এপ্লাই কৰাৰ ৭ দিনৰ ভিতৰত চাকৰি কাৰ্ড লাভ কৰিব । 
  3. এটা পৰিয়ালৰ এজনহে চাকৰি কাৰ্ড লাভ কৰিব । 

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন নিজ নিজ পঞ্চায়ত কাৰ্যালয়ত গৈ তলত দিয়া আবেদন ফৰ্মখন লৈ আবেদন কৰিব লাগিব ।

আবেদন ফৰ্ম

আবেদন ফৰ্মখন ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

লগতে পঢ়ক - অসম চৰকাৰৰ বন বিভাগত মুকলি ১০০০ টা চাকৰি । অৰ্হতা - দশম মান/ হায়াৰ ছেকেণ্ডেৰী ।


চৰকাৰি বিজ্ঞাপন

চৰকাৰে জব কাৰ্ডৰ বাবে আজি মুকলি কৰা বিজ্ঞাপনটো হৈছে -

9 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close