স্বাস্থ্য বিভাগত ক্লাছ ৮ বা তাতোধিক পাছৰ বাবে মুকলি হোৱা পদসমমুহত কিদৰে আবেদন কৰিব । Apply Porcess Step by Step - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, May 24, 2020

স্বাস্থ্য বিভাগত ক্লাছ ৮ বা তাতোধিক পাছৰ বাবে মুকলি হোৱা পদসমমুহত কিদৰে আবেদন কৰিব । Apply Porcess Step by Step

অসমৰ স্বাস্থ্য বিভাগৰ ডাইৰক্টৰেট অফ মেডিকেল ইডুকেচন ডিপাৰমেন্টৰ অধীনত অসমৰ এখন নতুন মেডিকেল কলেজৰ বাবে মুকলি হৈছে নতুনকৈ প্ৰায় ৬০০ পদত চাকৰি । অতি সহজে আবেদন কৰিব পৰা এই চাকৰিৰ  বিষয়ে আজি আমি আপোনালোকক জনাম কিদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব । সবিশেষ জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।

এপ্লাই কৰাৰ Steps By Steps প্ৰক্ৰিয়া

  • পোনপ্ৰথমে এই লিংকত ক্লিক কৰক । Click Here
  • তাৰ পাছত একেবাৰে তললৈ গৈ তলত দিয়া ধৰণে আবেদন কৰিবলৈ ক্লিক কৰক Click Hereৰ ত ক্লিক কৰক । 

  • ইয়াৰ পাছত তলত দিয়া ধৰণে এটা পেজ অপেন হব যত আপুনি ১৫ ছেকেণ্ড অপেক্ষা কৰিব লাগিব । 
  • ১৫ ছেকেণ্ড পাছত লগা লগ নিজে নিজে ফৰ্মখন অপেন হব আৰু তলত দিয়া ধৰণে দেখা পাব । 
  • ইয়াৰ পিছত আপুনি ছিলেক্ট কৰি আপুনি যিটো পষ্টত আবেদন কৰিব বিচাৰিছে তাত টিক কৰি কৰক । লগে লগে আপোনাৰ অৰিজিনেল ফৰ্মখন তলত দিয়া ধৰণে দেখা পাব । 

  • সকলো প্ৰয়োজনীয় তথ্য খিনিৰে ফৰ্মখন পুৰ কৰি কৰক । 
  • মজা, আপোনাৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে । আপুনি এতিয়া ইন্টাৰভিউৰ বাবে অপেক্ষা কৰক । 
এতিয়াও যদি বুজি পোৱা নাই তেন্তে তলৰ ভিডিঅটো চাব পাৰে ।

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close