স্বাস্থ্য বিভাগত মুকলি পিয়নৰ চাকৰি । অৰ্হতা - ৮ম মান পাছ । আজিয়েই কৰক আবেদন । ASSAM GOVT PEON JOBS 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, May 22, 2020

স্বাস্থ্য বিভাগত মুকলি পিয়নৰ চাকৰি । অৰ্হতা - ৮ম মান পাছ । আজিয়েই কৰক আবেদন । ASSAM GOVT PEON JOBS 2020

অসমৰ স্বাস্থ্য বিভাগৰ ডাইৰক্টৰেট অফ মেডিকেল ইডুকেচন ডিপাৰমেন্টৰ অধীনত অসমৰ এখন নতুন মেডিকেল কলেজৰ বাবে মুকলি হৈছে নতুনকৈ প্ৰায় ৬০০ পদত চাকৰি । অতি সহজে আবেদন কৰিব পৰা এই চাকৰিৰ  ভিতৰত আছে পিয়নৰ পদ । এই বিষয়ে আজি আমি আপোনালোকক জনাম । সবিশেষ জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।

খালী পদৰ নাম -

পিয়ন

খালী হোৱা পদৰ সংখ্যা-

৬ টা

লগতে পঢ়ক - PNRD বিভাগত মুকলি জব কাৰ্ডৰ আবেদন । পঢ়ক কিদৰে ।

 পিয়নৰ কাম কি হয় -
এজন পিয়নে সাধাৰণতে অফিচিয়েল যিখিনি কাম হয় তাৰ সহায়ৰ বাবে কাম কৰিব লাগে । যেনে ফাইল অনা-নিয়া, কর্তব্যৰত বিষয়াক সহায় কৰা ইত্যাদি ।

আবেদন প্ৰক্ৰিয়া -

অনলাইন

অনলাইন আবেদন আৰম্ভণীৰ দিন

১৫ মে ,২০২০

আবেদনৰ অন্তিম দিন -

৩০ মে ,২০২০ (৬ জুনলৈ বৃদ্ধি আবেদন প্ৰক্ৰিয়া)

শিক্ষাগত অৰ্হতা -

৮ মান উৰ্ত্তীণ (মেট্ৰিক পাছ বা আন উচ্চ শিক্ষা থকা লোকেও আবেদন কৰিব পাৰিব)

দৰমহা -

12,000 টকাৰ পৰা 52,000 টকা লগতে গ্ৰেড পে 3900 টকা

বয়স -

১৮ৰ পৰা ৩৮ বছৰ ভিতৰত যিকোনো প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব । ইয়াৰোপৰিও অবিচিৰ বাবে ৩ বছৰ আৰু এছচি/এছটিৰ বাবে ৫ বছৰ ৰেহাই ।আবেদন ফিজ -কোনোধৰণৰ আবেদন ফিজ নাই ।

চাকৰিৰ স্থান -

কিদৰে আবেদন কৰিব পাৰিব -

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

লগতে পঢ়ক - স্বাস্থ্য বিভাগত ক্লাছ ৮ পাছৰ বাবে মুকলি হোৱা পদসমমুহত  কিদৰে আবেদন কৰিব । চাওক

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here 

অনলাইন আবেদন কৰাত অসুবিধা পাইছে নেকি ? 

লকডাউনৰ বাবে অনলাইন এপ্লাই কৰাত অসুবিধা পাইছে যদি চিন্তা নকৰিব । আমি কৰিম আপোনাৰ অনলাইন এপ্লাইৰ কাম । এতিয়াই ফোন কৰক 8724878457 । মনত ৰাখিব আমি আপোনাৰ চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়াতহে সহায় কৰিম । বাকী ইন্টাৰভিউ দি পাছ কৰা আপোনাৰ নিজৰ ওপৰত কথা । যদি আগ্ৰহী তেন্তে কল কৰক - 8724878457 

 

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

19 comments:

  1. মই H.S.L .C passd নাম ভাস্কৰ দও পিতা মদন দও গাওঁ:বালিকুৰিয়া খাৰজাৰা পো:গোপালবজাৰ জিলা: নলবৰী পিন:৭৮১৩৬৩ অসম

    ReplyDelete
  2. Replies
    1. Sri Rupdhar Rabha . Fon nbr-6001509039 plz coll kribo.

      Delete
  3. Sri Luhit Dutta for north lakhimpur.cont no-8474872901.

    ReplyDelete
    Replies
    1. পাম নে বাৰু সছাকে

      Delete
  4. মোৰ ফোন নম্বৰ ৬৯০০৫২২৮৬৮

    ReplyDelete
  5. Phone no-9678691766
    Please..call me

    ReplyDelete
  6. Sanjib Pradhan , phone number 6002082020

    ReplyDelete
  7. Sir.I am Najrul Islam From Vill/Lachanga P/O.Charcharia P/S-Kalgachia Dist/Barpeta (Assam) Pin no 781319. sir. I Greaduate Passed Please Information me any job my email id-najrul036@gmail.com Mob no 6000409356

    ReplyDelete
    Replies
    1. Graduate candidate ejone Graduate spelling tu najana jodi ki job koribo he.

      Delete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close