গুৱাহাটীৰ এখন ইলেক্ট্ৰনিক স্কুটাৰ ডিলাৰত চাকৰি Assam Private Jobs August 2021 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, August 11, 2021

গুৱাহাটীৰ এখন ইলেক্ট্ৰনিক স্কুটাৰ ডিলাৰত চাকৰি Assam Private Jobs August 2021

হেল্লো বন্ধুসকল, আজি আমি আপোনালোকক গুৱাহাটীত শেহতীয়াকৈ মুকলি হোৱা এটা ব্যক্তিগত খণ্ডৰ ডিলাৰৰ চাকৰিৰ বিষয়ে জনাম । আপোনালোকে কিদৰে আবেদন কৰিব সকলো তলত উল্লেখ কৰা হৈছে ।

Assam Private Jobs Aug 2021

এইখিনিতে এটা কথা মনত ৰাখিব যে এইসমুহ প্ৰাইভেট চাকৰি হয়, যদি কোনোবাই আবেদন কৰোতে ধন বিচাৰে তেনে ঠাইত আবেদন নকৰিব । যদি ধনৰ লেনদেন কৰে তাৰ বাবে আমি কোনোপদ্ধেই জগৰীয়া নহয় । গতিকে আহক কি কি চাকৰি মুকলি হৈছে জানো আহক -

 খালী  পদৰ নাম - 

1) সহকাৰী চেলচমেনেজাৰ 

পদৰ সংখ্যা - 1

শিক্ষাৰ অৰ্হতা - স্নাতক

ফ্ৰেচাৰ্ছ(নতুন স্নাতক প্ৰাৰ্থী)য়ে আবেদন কৰিব পাৰে । অভিজ্ঞতা প্ৰাৰ্থী পছন্দনীয় । 

স্থান - বেলতলা তিনিআলি, গুৱাহাটী 

২)শ্ব'ৰুম হোষ্টেছ

পদৰ সংখ্যা - 2

শিক্ষাৰ অৰ্হতা - HS / স্নাতক 

ফ্ৰেচাৰ্ছ(নতুন স্নাতক প্ৰাৰ্থী)য়ে আবেদন কৰিব পাৰে । অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব  । 

স্থান - বেলতলা তিনিআলি, গুৱাহাটী

3) পদৰ নাম - বেক অফিচ


পদৰ সংখ্যা - 2

শিক্ষাৰ অৰ্হতা - স্নাতক 

ফ্ৰেচাৰ্ছ(নতুন স্নাতক প্ৰাৰ্থী)য়ে আবেদন কৰিব পাৰে । অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব  । 

স্থান - বেলতলা তিনিআলি, গুৱাহাটী 

4) পদৰ নাম - Sales Consultant বিক্ৰী পৰামৰ্শদাতা  

পদৰ সংখ্যা - 4  

শিক্ষাৰ অৰ্হতা - এইচ.এছ. / স্নাতক  

ফ্ৰেচাৰ্ছ(নতুন স্নাতক প্ৰাৰ্থী)য়ে আবেদন কৰিব পাৰে । অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব  । 

স্থান - বেলতলা তিনিআলি, গুৱাহাটী

5) পদৰ নাম -Team Leader  

পদৰ সংখ্যা - 2  

শিক্ষাৰ অৰ্হতা - স্নাতক / পিজি 

ফ্ৰেচাৰ্ছ(নতুন স্নাতক প্ৰাৰ্থী)য়ে আবেদন কৰিব পাৰে । অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব  । 

স্থান - বেলতলা তিনিআলি, গুৱাহাটী

কেনেদৰে আবেদন কৰিব :

আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ বায়ডাটা তলত দিয়া ঠিকনাত প্ৰেৰণ কৰিব পাৰে -
Email - apnamotors12@gmail.com

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/08/assam-private-jobs-august-2021.html 

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close