বাস্তু টিপচ: টকা গণোতে নকৰিব এইকেইটা ভুল , অন্যথা ঘূৰি যাব মা লক্ষ্মী Money Tips - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, August 17, 2021

বাস্তু টিপচ: টকা গণোতে নকৰিব এইকেইটা ভুল , অন্যথা ঘূৰি যাব মা লক্ষ্মী Money Tips

যি ঘৰত, ধন আৰু সম্পদৰ দেৱী মা লক্ষ্মী বাস কৰে, তাত কেতিয়াও দৰিদ্ৰতাই দেখা নিদিয়ে । মা লক্ষ্মী হৈছে ভগৱান বিষ্ণুৰ পত্নী, যাৰ উপাসনাই ঘৰলৈ ধন-সম্পদ আৰু গৌৰৱ কঢ়িয়াই আনে। যদি মা লক্ষ্মীৰ ৰুস্ত হয় তেন্তে চৰম দৰিদ্ৰতাৰ সন্মুখীন হবলগীয়া হয়। 
Money Tips
মা লক্ষ্মীৰ ৰুস্ত হোৱাৰ কাৰণসমূহৰ ভিতৰত সঠিক পদ্ধতিত টকা গণনা কৰিব নোৱাৰাটোও হব পাৰে । শাস্ত্ৰঅনুসৰি, আমাৰ ধনত দেৱী লক্ষ্মী বাস কৰে। ইয়াক যি ৰূপতে ৰখা নহওঁক কিয়। কেৱল সেয়াই নহয়, যদি আমি ধন ৰক্ষণাবেক্ষণত ভুল কৰোঁ, তেতিয়াও মা লক্ষ্মী ৰুস্ত হব পাৰে।আহক জানো টকা গণোতে নকৰিবলগীয়া কেইটামান ভূলৰ বিষয়ে -

টকা গণনা কৰোঁতে নকৰিব এনেকুৱা ভুল

থু ব্যৱহাৰ নকৰিব

বাস্তুৰ মতে, যদি আপোনাৰ ঘৰত যথেষ্ট টকা আছে কিন্তু প্ৰয়োজনৰ সময়তে আপোনাৰ হাতৰ পৰা টকা ওলাই যায়, তেন্তে বুজি পাব যে এটা ডাঙৰ ত্ৰুটি আছে। বাস্তুৰ মতে, টকা গণনা কৰাৰ সময়ত কেতিয়াও থু ব্যৱহাৰ কৰিব নালাগে । এনে কৰিলে ধনৰ প্ৰতি অসন্মান প্ৰদৰ্শন হয়। যদি অধিক টকা গণোতে অসুবিধা হয় তেতিয়া এটা বাটিত পানী লৈ হাতৰ আঙুলিত পাতলকৈ লগাই পানীৰ সহায়ত টকা গণনা কৰক।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

খোৱা বস্তু নাৰাখিব

নোটৰ সৈতে আপোনাৰ পাৰ্চ বা ৱালেটত খাদ্য সামগ্ৰী নাৰাখিব। লগতে, কেতিয়াও পাৰ্চত কোনো বাকী বিল বা ৰচিদ পাৰ্চত নাৰাখিব। আৰু লগতে, যেতিয়াই টকা হাত বা পাৰ্চৰ পৰা মাটিত পৰে, ইয়াক হাতেৰে তুলি লৈ কপালত লগাই সেৱা কৰাৰ পিছতহে আপোনাৰ পাৰ্চত ৰাখক। এনে নকৰিলে ভৱিষ্যতে বিত্তীয় লোকচানৰ সন্মূখীন হ'ব বুলি বিশ্বাস কৰা হয়।

ৰাতি শুৱাৰ সময়ত ইয়াত টকা নাৰাখিব

ৰাতি শুই থাকোঁতে কেতিয়াও টকা মূৰৰ শিতানত নাৰাখিব। ৰাতি লক্ষ্মী কধি বা গোমতী চক্ৰৰ সৈতে ঘৰৰ সুৰক্ষিত স্থান যেনে লকাৰ নাইবা আলমাৰীত ৰাখিব।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/08/money-tips.html 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close