বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি : PEON JOB AT VIJAYA BANK - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, March 10, 2019

বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি : PEON JOB AT VIJAYA BANK

বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি : PEON JOB AT VIJAYA BANK

ভাৰতৰ এক অগ্ৰণী বেংক প্ৰতিষ্ঠান বিজয়া বেংকত পিয়নৰ বাবে পদ মুকলি হৈছে । গুৱাহাটীত হব লগীয়া এই চাকৰিৰ বাবে আবেদন কত কিদৰে কৰিব আমি আপোনালোকক এই লিখনিৰ জৰিয়তে জনাম ।

খালী পদৰ নাম-  

পিয়ন 

খালী হোৱা পদৰ সংখ্য়া-   

৩ টা 

দৰমহা-

Rs.9560-325/4-10860-410/5-12910-490/4-14870-570/3-16580-65/3-18545(20 বছৰ)

বয়স-  

১৮ৰ পৰা ২৬ বছৰ ।( এছটিৰ বাবে ৫ বছৰ অবিচিৰ বাবে ৩ বছৰ)

শিক্ষাগত অৰ্হতা : 

অতি কমেও দশম মান উৰ্ত্তীণ হব লাগিব ।

বাচনি প্ৰক্ৰিয়া : 

উপযুক্ত প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাৰ জৰিয়তে বাচনি কৰা হব ।

আবেদন ফিজ : 

এছচি/এছটি সকলে ৫০ টকা আৰু বাকীসকলে ১৫০ টকা দিব লাগিব ।

কিদৰে আবেদন কৰিব : 

ইচ্ছুক প্ৰাৰ্থীসকলে ৭ মাৰ্চৰ পৰা ১৪ মাৰ্চৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলতে দিয়া হৈছে ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -  click here

আবেদন কৰিবৰ বাবে ক্লিক কৰক - click here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close