অসম চৰকাৰৰ Directorate of Information Technology ত চাকৰি (৯ টা পদ খালী) : DIT Assam Recruitment 2019 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, March 9, 2019

অসম চৰকাৰৰ Directorate of Information Technology ত চাকৰি (৯ টা পদ খালী) : DIT Assam Recruitment 2019

অসম চৰকাৰৰ Directorate of Information Technology ত চাকৰি (৯ টা পদ খালী) : 

অসম চৰকাৰ Directorate of Information Technology বিভাগত বিভিন্ন পদৰ নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে । কত কেনেকৈ আবেদন জনাব আজি আমি আমাৰ এই লিখনিটোৰ জৰিয়তে আমি আপোনালোকক জনাম ।


খালী পদ:

  • কনিষ্ঠ সহকাৰী বিষয়া  ( JUNIOR ASSISTANT) 
  • কেছিয়াৰ (Cashier)
  • হিচাপৰক্ষক (Accountant)
  • ষ্টেনুগ্ৰাফাৰ Stenographer (Grade II)

খালী পদৰ সংখ্য়া :



  • কনিষ্ঠ সহকাৰী বিষয়া  ( JUNIOR ASSISTANT) - ৫ টা 
  • কেছিয়াৰ (Cashier)- ১ টা
  • হিচাপৰক্ষক (Accountant)- ১ টা
  • ষ্টেনুগ্ৰাফাৰ Stenographer (Grade II)- ২ টা

বয়স:

 ১৮ ৰ পৰা ৪৪ বছৰ | (অবিচিৰ বাবে ৪৭ আৰু জনজাতিৰ বাবে ৪৯ বছৰ)

দৰমহা :

  • কনিষ্ঠ সহকাৰী বিষয়া  ( JUNIOR ASSISTANT) -  ১২০০০ টকাৰ পৰা ৪৯০০০ টকা
  • কেছিয়াৰ (Cashier)-  ১২০০০ টকাৰ পৰা ৪৯০০০ টকা
  • হিচাপৰক্ষক (Accountant)-  ১২০০০ টকাৰ পৰা ৪৯০০০ টকা
  • ষ্টেনুগ্ৰাফাৰ Stenographer (Grade II)- ২২০০০ টকাৰ পৰা ৮৭০০০ টকা

শিক্ষাগত অৰ্হতা -



  • কনিষ্ঠ সহকাৰী বিষয়া  ( JUNIOR ASSISTANT) - ৪৫% মাৰ্কছ সহ BA/BSC/BCOM উৰ্ত্তীণ (ST/SCৰ বাবে ৪০%)
  • কেছিয়াৰ (Cashier)-  ৪৫% মাৰ্কছ সহ BCOM উৰ্ত্তীণ (ST/SCৰ বাবে ৪০%)
  • হিচাপৰক্ষক (Accountant)- ৪৫% মাৰ্কছ সহ MCOM উৰ্ত্তীণ (ST/SCৰ বাবে ৪০%) 
  • ষ্টেনুগ্ৰাফাৰ Stenographer (Grade II)- ৪৫% মাৰ্কছ সহ BA/BSC/BCOM উৰ্ত্তীণ (ST/SCৰ বাবে ৪০%) । লগতে ষ্টেনুগ্ৰাফাৰৰ প্ৰমাণপত্ৰ থকাটো বাঞ্চনীয় ।

কিদৰে আবেদন কৰিব :

ইচ্ছুক প্ৰাৰ্থীসকলে www.ditec.assam.gov.in  ত গৈ অনলাইন আবেদন কৰিব লাগিব ।

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

আবেদন কৰিবলৈ ক্লিক কৰক - click here (২৫ মাৰ্চ)

লগতে পঢ়ক - বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি 

অনলাইন আবেদন মুকলি - ২৫ মাৰ্চ 

অনলাইন আবেদনৰ অন্তিম দিন- ১৭ এপ্ৰিল

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close