DC Office Nalbari Admit Card 2020
নলাবাৰী জিলাৰ উপায়ুক্তই শেহতীয়াকৈ নলবাৰী ডিচি অফিচত মুকলি হোৱা জুনিয়ৰ এছিষ্টেণ্ট, পিয়ন, চকীদাৰ, জাৰিকাৰক আৰু ড্ৰাইভাৰৰ খালী পদৰ বাবে হবলগীয়া লিখিত পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিছে। যোৱা চেপ্তেম্বৰ মাহত এই চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাইছিল । প্ৰাৰ্থীসকলে নিজ নিজ এডমিট কাৰ্ড www.nalbari.gov.in ৱেৱচাইটৰ পৰা ডাউনলোড কৰিব পাৰে । কিদৰে আবেদন কৰিব সবিশেষ আজি আমি আপোনালোকক জনাম ।
খালী পদবোৰৰ নাম:
জুনিয়ৰ এছিষ্টেণ্ট: ৮ টা পদ
ড্ৰাইভাৰ: ১ টা পদ
পিয়ন: ৩ টা পদ
চকীদাৰঃ ২ টা পদ
জাৰিকাৰাক: ৪ টা পদ
জুনিয়ৰ এছিষ্টেণ্ট আৰু ড্ৰাইভাৰৰ বাবে পৰীক্ষাৰ তাৰিখ:
26.12.2020
চকীদাৰ, জাৰিকাৰক আৰু পিয়নৰ বাবে পৰীক্ষাৰ তাৰিখ :
27.12.2020
নলবাৰী ডিচি অফিচত মুকলি হোৱা এডমিট কাৰ্ড কেনেদৰে ডাউনলোড কৰিব
ক) তললৈ স্ক্ৰল কৰক, গুৰুত্বপূৰ্ণ ৱেব লিংকলৈ যাওক।
বি) এডিমট কাৰ্ড ডাউনলোডৰ লিংক পাব তাত ক্লিক কৰক।
গ) আপোনাৰ পদটো বাছনি কৰক।
ঘ) আপোনাৰ "জন্মৰ তাৰিখ" প্ৰদান কৰক।
ঙ) "চাৰ্চ" বুটামত ক্লিক কৰক।
চ) আপোনাৰ এডজাষ্ট কাৰ্ড খন পপআপ কৰা হ'ব; ইয়াক চেভ/ প্ৰিণ্ট কৰক।
গুৰুত্বপূৰ্ণ ৱেব-লিংক
জুনিয়ৰ এছিছটেন্ট আৰু চালকৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰক: ইয়াত ক্লিক কৰক।
পিয়ন, চকীদাৰ, জাৰিকাৰাকৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰক: ইয়াত ক্লিক কৰক।
No comments:
Post a Comment