অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণত চাকৰি মুকলি (৮২৪ টা পদ) Latest Job at National Health Mission, Assam - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, March 12, 2019

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণত চাকৰি মুকলি (৮২৪ টা পদ) Latest Job at National Health Mission, Assam

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণত চাকৰি মুকলি : 

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ নিযুক্তি দিয়া হৈছে । তেনেসময়তে শেহতীয়াকৈ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত কিছু পদৰ মুকলি হৈছে । মুকলি হোৱা সৰ্বমুঠ ১০৪১ পদৰ ভিতৰত আমি ৮২৪ টা পদৰ বিষয়ে আলোচনা কৰিম ।

খালী হোৱা পদৰ নাম :


ষ্টাফ নাৰ্চ (Staff Nurse)

খালী হোৱা পদৰ সংখ্য়া :

৮২৪ (824)

দৰমহা:

Rs. 16,500/-

শিক্ষাগত অৰ্হতা :

B. Sc. Nursing/ GNM Course passed from any nursing school / institution recognized by Indian Nursing Council and registered with “Assam Nurses’ Midwives’ and Health Visitors’ Council”.

কিদৰে আবেদন কৰিব : 


ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । আবেদনৰ বাবে লিংক তলত দিয়া হৈছে ।

আবেদনৰ আৰম্ভণি দিন - ২৫/০৩/২০১৯ 

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

আবেদন কৰিবলৈ ক্লিক কৰক - click here  




No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close