ভাৰতীয় ৰেলত চাকৰি - অৰ্হতা দশম মান । কোনো ধৰণৰ লিখিত পৰীক্ষা নাই । DBRT Railway Job 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, April 18, 2020

ভাৰতীয় ৰেলত চাকৰি - অৰ্হতা দশম মান । কোনো ধৰণৰ লিখিত পৰীক্ষা নাই । DBRT Railway Job 2020

ভাৰতীয় ৰেলৰ এন এফ ৰেলৱেৰ অধীনত কিছু খালী পদৰ মুকলি হৈছে । N.F.Railway য়ে জাৰি কৰা এই নিৰ্দেশনাত কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।

খালী পদৰ সংখ্যা

১২ টা

শিক্ষাগত অৰ্হতা

দশম মান ।

দৰমহা -

১৮ হাজাৰ টকা ।

খালী পদৰ নাম

 হস্পিটাল এটেনডেন্ট (Hospital Attendant)

বয়স -

১৮ৰ পৰা ২৫ বছৰ ( SC/ST= ৩০ বছৰ ,OBC= ২৮ বছৰ )

মোদীৰ নতুন অফাৰ - যুৱতীসকলে ২১ বছৰ হ'লে পাব ২১ লাখ টকা

কিদৰে বাচনি কৰা হব

ইচ্ছুক প্ৰাৰ্থীসকলক ডাইৰেক্ট ইন্টাৰভিউৰ জৰিয়তে বাচনি কৰা হব । প্ৰাৰ্থীসকলে আমি তলত দিয়া ফৰ্মখন ফিলাপ কৰি দুখন ৰঙীন পাছপৰ্টসহ ইন্টাৰভিউৰ বাবে যাব লাগিব । ইন্টাৰভিউৰ সবিশেষ হৈছে - 

তাৰিখ - ২০/০৪/২০২০ 
সময় - ৰাতিপুৱা ১০ বজা 
স্থান- Divisional Railway Hospital DBRT

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close