বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি ,কালিৰ পৰা অসমত ৪ দিন প্ৰৱল ধুমুহা বৃষ্টিপাতৰ সম্ভাৱনা | Heavy rain Alert - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, April 16, 2020

বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি ,কালিৰ পৰা অসমত ৪ দিন প্ৰৱল ধুমুহা বৃষ্টিপাতৰ সম্ভাৱনা | Heavy rain Alert

বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি ,আগন্তুক ৪ দিন প্ৰৱল ধুমুহা বৃষ্টিপাতৰ সম্ভাৱনা

কোৰোণা ভাইৰাছৰ সন্ত্ৰাস লগতে এতিয়া বতৰেও তীব্ৰ ৰৃপ ধাৰণ কৰিছে । বুধবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্ততপ্ৰৱল ধুমুহা আৰু বৃষ্টিপাত হোৱা দেখা গৈছিল । ইয়াৰ পাছতেই বতৰ বিজ্ঞান কেন্দ্ৰই দেশৰ ৯ খন ৰাজ্যলৈ জাৰি কৰিছে হাই এলাৰ্ট। আগন্তুক চাৰিদিন পৰ্যন্ত ৯ খন ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে ।



বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক চাৰিদিন অৰ্থাত্‍ ১৬ তাৰিখৰ পৰা ১৯ এপ্ৰিললৈকে পূৱ আৰু উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ বৰষুণ হ’ব । শুকুৰবাৰৰ দিনটোত অসমকে ধৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা,  পশ্চিমবংগ, চিকিম আৰু বিহাৰত হাই এলাৰ্ট জাৰি কৰা হৈছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ ভৱিষ্যতবাণী অনুসৰি দেশত জুনৰ পৰা ছেপ্তেম্বৰ লৈকে হ’ব কম বেছি পৰিমাণে বৰষুণ। আগন্তুক চাৰি দিনত অসমত প্ৰতিঘণ্টাত ৫০ ৰ পৰা ৬০ কিলো মিটাৰ গতিবেগত বতাহৰ লগতে তীব্ৰ বৃষ্টিপাত হোৱাৰ অনুমান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close