ফেমিলি কৰ্ট ধুবুৰীত চাকৰিৰ খালী পদ - দশম মান পাছসকলে আবেদন কৰক । DHUBURI COURT RECRUITMENT 2019 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, May 16, 2019

ফেমিলি কৰ্ট ধুবুৰীত চাকৰিৰ খালী পদ - দশম মান পাছসকলে আবেদন কৰক । DHUBURI COURT RECRUITMENT 2019

ফেমিলি কৰ্ট ধুবুৰীত চাকৰিৰ খালী পদ - দশম মান পাছসকলে আবেদন কৰক :

যিসকল দশম মান উৰ্ত্তীণ আৰু চৰকাৰী চাকৰি এটা বিচাৰি আছে তেঁওলোকৰ বাবে এইটো উপযুক্ত চাকৰি । আমি আজি ফেমিলি কৰ্ট ধুবুৰীত চাকৰিৰ খালী পদসমূহত কিদৰে আবেদন কৰিব সেইয়া জনাম ।

 

খালী হোৱা পদৰ নাম :

1.ৰেকৰ্ড এৰেঞ্জাৰ 
খালী পদ - ১ টা
দৰমহা - ১৪,০০০/- পৰা ৬০,৫০০/- টকা লগতে গ্ৰেড পে ৫২০০ টকা
2.প্ৰচেচ চাৰভাৰ 
খালী পদ - ২ টা
দৰমহা - ১৪,০০০/- পৰা ৬০,৫০০/- টকা লগতে গ্ৰেড পে ৫২০০ টকা 


3.পিয়ন 
খালী পদ - ২ টা
দৰমহা - ১৪,০০০/- পৰা ৫২,২০০/- টকা লগতে গ্ৰেড পে ৩৯০০ টকা
4.চকিদাৰ 
খালী পদ - ১ টা 
দৰমহা - ১৪,০০০/- পৰা ৫২,২০০/- টকা লগতে গ্ৰেড পে ৩৯০০ টকা

অৰ্হতা:

দশম মান ( 10th পাছ)

বয়স: 

আবেদনকাৰীসকলৰ বয়স ১৮ৰ পৰা ৪৩ বছৰ হব লাগিব ।

কিদৰে আবেদন কৰিব 

ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিবলৈ যাৱতীয় সকলো নথিপত্ৰৰ প্ৰতিলিপি আৰু ৫ টকাৰ ডাক টিকট লগোৱা নিজৰ নাম ঠিকনা উল্লেখিত এটা খাম তথা ৩ কপি পাছপৰ্ট ফটোৰ সৈতে সংলগ্ন কৰা আবেদন তলত দিয়া ঠিকনালৈ ১৪ জুন, ২০১৯ ৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click here


আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click here

আবেদন পত্ৰ কিদৰে পঠিয়াব : 

আবেদন পত্ৰৰ লগতে প্ৰয়োজনীয় নথি পত্ৰ আপুনি নিজে গৈ জমা দিব লাগিব । নাইবা আপুনি ডাকযোগে তলৰ ঠিকনাত প্ৰৰণ কৰিব পাৰে কিন্তু ডাকৰ কথা বিজ্ঞাপনত দিয়া হোৱা নাই । ঠিকনাটো হৈছে :
O/O Principal Judge, The Family Court, Dhubri, Ward No. 8, G.T.B. Road, Near 2nd Police point. PO, PS & District- Dhubri, Pin-783301, Assam.

অন্যান্য অৰ্হতা : 

আবেদনকাৰীৰ নাম EMPLOYMENT EXCHANGEত থকাৰ উপৰিও আবেদনকাৰীসকলে যদি HS পাছ কৰিছে তেন্তে আবেদনৰ বাবে যোগ্য় নহব ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close