তেজপুৰত এছ কে অটোমোবাইলচত চাকৰি - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, May 15, 2019

তেজপুৰত এছ কে অটোমোবাইলচত চাকৰি

তেজপুৰত এছ কে অটোমোবাইলচত চাকৰি 

তেজপুৰৰ আগশাৰীয় এটা অটমোবাইল ডিলাৰ এছ কে অটোমোবাইলচত খালী হৈছে কিছু পদ । খালী হোৱা পদসমূহ কিদৰে কত আবদেন কৰিব সেইবিষয়ে আজি আমি আপোনালোকক জনাম ।

TEZPUR SK AUTOMOBILES JOB



খালী হোৱা পদৰ নাম

টেলি অপাৰেটৰ

শিক্ষাগত অৰ্হতা-

কম্পিউটাৰ শিক্ষাৰ লগতে টেলিৰ সম্পু্ৰ্ণ জ্ঞান থাকিব লাগিব ।

দৰমহা - 

উপযুক্ত দৰমহা প্ৰদান কৰা হব ।

কিদৰে আবেদন কৰিব : 

আবেদন কৰিবলৈ তলত লিংক দিয়া হৈছে । লিংকত ক্লিক কৰিলে আপুনি ফোন নং আৰু ইমেইল আইডিৰ জৰিয়তে আবেদন কৰিব পাৰিব ।

লগতে পঢ়ক - আপোনাৰ মাটিত Jio নাইবা Airtelৰ টাৱাৰ বহাব বিচাৰে নেকি ?


আবেদন কৰিবলৈ ক্লিক কৰক - CLICK HERE

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close