ভাৰতীয় নেভিত চাকৰি : অৰ্হতা দশম মান , আজিয়েই আবেদন কৰক । - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, May 11, 2019

ভাৰতীয় নেভিত চাকৰি : অৰ্হতা দশম মান , আজিয়েই আবেদন কৰক ।

ভাৰতীয় নেভিত চাকৰি : অৰ্হতা দশম মান

ভাৰতীয় নেভিৰ কষ্ট গাৰ্ডত শেহতীয়াকৈ কিছু পদৰ বাবে আবেদন বিচৰা হৈছে । যিসকল যুৱকে ভাৰতীয় নৌ সেনা বাহিনীত সেৱা আগবঢ়াব বিচাৰে তেঁওলোকৰ বাবে ই এক সুবৰ্ণ সুযোগ । আজি আমি কত কিদৰে নৌ সেনাবাহিনীত খালী হোৱা পদত আবেদন জনাব সেইয়া আপোনালোকক জনাম ।

INDIAN NAVY JOBS IN ASSAMESE

খালী হোৱা পদৰ নাম - 

কুক আৰু স্কুৱাড 


খালী হোৱা পদৰ দায়িত্ব - 

কুক : কুক সকলৰ দায়িত্ব হব মেনু অনুসৰি খাদ্য প্ৰস্তুত কৰা । 
স্কুৱাড : স্কুৱাডসকলৰ দায়িত্ব হব অফিচাৰৰ মেচসমূহত খাদ্য পৰিৱেশন কৰা । 

বয়স - 

১৮ৰ পৰা ২২ বছৰ বয়সলৈ যিকোনো যুৱকে আবেদন কৰিব পাৰিব । ইয়াৰ উপৰিও অবিচি আৰু এছ টি সকলৰ বাবে ক্ৰমে ৩ বছৰ আৰু ৫ বছৰ ৰেহাই আছে ।

শিক্ষাগত অৰ্হতা- 

অতি কমেও ৫০ শতাংশ নম্বৰ সহ দশম মান উৰ্ত্তীণ হোৱাটো দৰকাৰ ।তথাপিও এছটি এছচিৰ বাবে ৫ শতাংশ ৰেহাই দিয়া হৈছে ।

শাৰিৰীক দক্ষতা -

ফিজিকেল ফিটনেছৰ বাবে তলত দিয়া নিয়মসমূহ মানি চলিব লাগিব - 




দৰমহা - 

২১৭০০ টকাৰ লগতে অন্য়ান্য় সুবিধা সমূহ যেনে ডিএ আদি দিয়া হব । ইয়াৰ উপৰিও আপুনি প্ৰমোচনৰ জৰিয়তে প্ৰধান অধিকাৰী পদত নিযুক্ত হব পাৰিব যত আপুনি লাভ কৰিব ৪৭৬০০ টকা দৰমহা ।

কিদৰে আবেদন কৰিব : 

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ অন্তিম দিন -১০ জন, ২০১৯ । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

লগতে পঢ়ক - আপোনাৰ মাটিত Jio নাইবা Airtelৰ টাৱাৰ বহাব বিচাৰে নেকি ?

অনলাইন আবেদন কৰিবলৈ ক্লিক কৰক - click here 
বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close