SCERT, ASSAM ৰ অধীনত দুবছৰীয়া DELEDৰ আবেদন আৰম্ভ : How to Apply SCERT DELED Assam - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, March 26, 2019

SCERT, ASSAM ৰ অধীনত দুবছৰীয়া DELEDৰ আবেদন আৰম্ভ : How to Apply SCERT DELED Assam

SCERT, ASSAM ৰ অধীনত দুবছৰীয়া DELEDৰ  আবেদন আৰম্ভ :

ডিএলএডৰ বাবে আবেদন কৰিব বিচৰাসকলৰ বাবে সুখৱৰ । যিসকল শিক্ষকে ডিএলএড অধ্য়য়ন কৰিব বিচাৰিছে তেঁওলোকে SCERT, ASSAM ৰ অধীনত দুবছৰীয়া DELEDৰ বাবে আবেদন জনাব পাৰে । আবেদন কত কিদৰে জনাব সেইয়া আমি আলোচনা কৰিম ।

কি হয়  SCERT DELED :

SCERT, DELED হৈছে দুইবছৰীয়া ডিপ্লমা ডিগ্ৰী । তাৰবাবে প্ৰথমে আপুনি SCERTয়ে পতা PRE ENTRY TEST (PTET-2019)ৰ পৰীক্ষাত বহিব লাগিব আৰু তাৰবাবে অনলাইন আবেদন কৰিব লাগিব । PRE ENTRY TEST (PTET-2019) ত পাছ কৰাৰ পাছতহে আপুনি SCERT, DELEDৰ কৰ্ছত নামভৰ্তী কৰিব লাগিব । পৰীক্ষা ১২ মেত অনুষ্ঠিত হব ।


PRE ENTRY TEST (PTET-2019)ৰ বাবে কিদৰে আবেদন কৰিব:

অৰ্হতা :

FOR LOWER PRIMARY : আবেদনকাৰী প্ৰাৰ্থীসকল অতি কমেও ৫০% নম্বৰ সহ হাইয়াৰ ছেকেণ্ডেৰী উৰ্ত্তীণ হব লাগিব । SC/ST সকলৰ বাবে ৪৫% নম্বৰ থকাটো বাঞ্চনীয় ।

FOR UPPER PRIMARY : আবেদনকাৰী প্ৰাৰ্থীসকল অতি কমেও ৫০% নম্বৰ সহ BA/BSC উৰ্ত্তীণ হব লাগিব । SC/ST সকলৰ বাবে ৪৫% নম্বৰ থকাটো বাঞ্চনীয় ।

বয়স:

১৮ ৰ পৰা ৩৬ বছৰ (ST/SCৰ বাবে ২ বছৰ ৰেহাই ) 

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

আবেদন ফিজ : 

আবেদন ফিজ ৩৫০ টকা । আবেদন ফিজ অনলাইন পেমেন্ট কৰিব লাগিব । 

আবেদনৰ আৰম্ভণিৰ দিন - ২২ মাৰ্চ, ২০১৯ 

আবেদনৰ অন্তিম দিন - ১২ এপ্ৰিল, ২০১৯ 

আবেদন কৰিবলৈ ক্লিক কৰক - click here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close