অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকায়ত চাকৰি | LATEST JOB AT DEE - 78 POST - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, March 22, 2019

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকায়ত চাকৰি | LATEST JOB AT DEE - 78 POST

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকায়ত চাকৰি - আজিয়েই আবেদন কৰক ( ৭৮ টা পদ) :

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকায়ত  মুকলি হৈ্ছে চাকৰি । আপুনি যদি এজন গ্ৰডুৱেট BA/BSC/BCOM ডিগ্ৰীধাৰী তেনেহলে আপোনাৰ বাবে ই এক সুবৰ্ণ সুযোগ ।  আজি আমি আপোনালোকে খালী হোৱা পদ কেইটাত কিদৰে আবেদন কৰিব সেইয়া জনাম |



খালী পদ : 

  • জুনিয়ৰ এছিছটেন্ট (DEE)
  • জুনিয়ৰ এছিছটেন্ট (FIELD LEVEL)
  • ষ্টেটিকেল এছিছটেন্ট (FIELD LEVEL)
  • কম্পিউটাৰাৰ (FIELD LEVEL)


খালী পদৰ সংখ্য়া :

  • জুনিয়ৰ এছিছটেন্ট (DEE)- ৯
  • জুনিয়ৰ এছিছটেন্ট (FIELD LEVEL)- ৫৮
  • ষ্টেটিকেল এছিছটেন্ট (FIELD LEVEL) -
  • কম্পিউটাৰাৰ (FIELD LEVEL)-

বয়স:

 ১৮ ৰ পৰা ৪৪ বছৰ | (অবিচিৰ বাবে ৪৭ আৰু জনজাতিৰ বাবে ৪৯ বছৰ)


দৰমহা :

১৪,০০০ ৰ পৰা ৪৯,০০০ লৈ লগত গ্ৰেড পে - ৭২০০ লগতে আন সুবিধাসমূহ

শিক্ষাগত অৰ্হতা - 

  • যিকোনো গ্ৰেডুৱেট BA/BSC/BCOM 
  • কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞান থকাটো নিতান্তই প্ৰয়োজনীয় । ৬ মহীয়া কম্পিউটাৰৰ ডিপ্লমাৰ প্ৰয়োজন ।

পঢ়ক - বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

আবেদন কৰিবলৈ ক্লিক কৰক - click here

অনলাইন আবেদনৰ অন্তিম দিন - ৩০ দিন

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close