সমাজ কল্যাণ বিভাগত চাকৰি মুকলি - ১১৮ টা পদ : Latest Recruitment Social Welfare Assam 2019 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, March 21, 2019

সমাজ কল্যাণ বিভাগত চাকৰি মুকলি - ১১৮ টা পদ : Latest Recruitment Social Welfare Assam 2019

সমাজ কল্যাণ  বিভাগত চাকৰি মুকলি - ১১৮ টা পদ:

অসম চৰকা্ৰৰ সমাজ কল্যাণ দপ্তৰৰ অধীনত ৰৃপায়িত হবলগীয়া 'পোষণ অভিযান' শীৰ্ষক প্ৰকল্পত নিয়োগৰ বাবে ৰাজ্য়ৰ প্ৰতিখন জিলাৰ ব্লকে ব্লকে অৰ্হতাসম্পন্ন প্ৰাৰ্থীক আবেদন প্ৰেৰণৰ বাবে আহ্বান জনোৱা হৈছে ।এই বিষয়ে জনসংযোগ বিভাগৰ জৰিয়তে সমাজ কল্যাণ দপ্তৰৰ সঞ্চালক আৰু অসম চৰকাৰৰ সচিবৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে নিয়োগ বিজ্ঞাপন । 


খালী পদৰ ভিতৰত আছে ডিষ্ট্ৰিক কৰ্ডিনেটৰ, ব্লক কৰ্ডিনেটৰ, প্ৰজেক্ট এছিছটেন্ট আদি । কিন্তু আমি ইয়াত অকল ব্লক লেভেলৰ আবেদন কেনেকৈ কত কৰিব সেই বিষয়েহে আলোচনা কৰিম । বাকীপদসমূহৰ বাবে আপুনি আমি লিংকত দিয়া সম্পূৰ্ণ বিজ্ঞাপনখন পঢ়িব পাৰে ।



খালী হোৱা পদৰ নাম :-


প্ৰজেক্ট এছিছটেন্ট (PROJECT ASSISTANT)

খালী হোৱা পদৰ সংখ্য়া :

১১৮ টা পদ । অসমৰ প্ৰতিখন ব্লকত এজনকৈ নিযুক্তি দিয়া হব ।

শিক্ষাগত অৰ্হতা :

আবেদনকাৰী ব্য়ক্তিসকল যিকোনো বিষয়ত স্নাতক হব লাগিব । লগতে কম্পিউটাৰৰ ব্য়ৱহাৰিক জ্ঞান থাকিব লাগিব । আৰু ১ বছৰ স্থানীয় ভাৱে নাইবা স্থানীয় চৰকাৰী চাকৰিৰ অভিজ্ঞতা থাকিব লাগিব ।

দৰমহা :-

১৫০০০  টকা ।

বয়স:

 ২১ ৰ পৰা ৪৪ বছৰ |



কিদৰে আবেদন কৰিব  :

ইচ্ছুক প্ৰাৰ্থীসকলে ডাকযোগে আবেদন কৰিব লাগিব । তলৰ লিংকত দিয়া আবেদন পত্ৰখন ডাউনলোড কৰি পূৰ কৰি আবেদনখন State Project Director, POSHAN Ahhiyaan, Assam ত পঠিয়াব লাগিব । আবেদন পত্ৰৰ লগত আপোনাৰ সকলো নথি পত্ৰ গাঠি দিয়াটো বাধ্য়তামূলক । লগতে আপোনাৰ যিকোনো ঠিকনাৰ প্ৰমাণপত্ৰ এখন গাঠি দিব ।


বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

 

আবেদন কৰিবলৈ ক্লিক কৰক - click here  

 

লগতে পঢ়ক - বন্ধন বেংক চাকৰি - বন্ধন বেংকত মেনেজাৰ হোৱাৰ সুযোগ

আবেদনৰ অন্তিম দিন-   ৩০ মাৰ্চ

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close