গুৱাহাটীৰ ৰাজ্যিক কৰ্মচাৰী বীমা নিগমত চাকৰি - ২৬ টা পদ : ESIC, Guwahati Latest Recruitment 2019 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, March 16, 2019

গুৱাহাটীৰ ৰাজ্যিক কৰ্মচাৰী বীমা নিগমত চাকৰি - ২৬ টা পদ : ESIC, Guwahati Latest Recruitment 2019

গুৱাহাটীৰ ৰাজ্যিক কৰ্মচাৰী বীমা নিগমত চাকৰি - ২৬ টা পদ

গুৱাহাটীৰ বামুনিমৈদামস্থিত ৰাজ্যিক কৰ্মচাৰী বীমা নিগমত মুকলি হৈছে সংস্থাোনৰ সুবৰ্ণ সুযোগ । খালী হোৱা পদকেইটা যিহেতু কেন্দ্ৰীয় চৰকাৰৰ চাকৰি গতিকে অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন কৰা উচিত । কত কেনেকৈ কিদৰে আবেদন জনাব সেইয়া আমি আজিৰ ভিডিঅটোৰ জৰিয়তে আপোনালোকক জনাম ।


খালী পদ:



  • ষ্টেনুগ্ৰাফাৰ (Stenographer )
  •  উচ্চ বৰ্গ কেৰাণী ( Upper Division Clerk)

খালী পদৰ সংখ্য়া :

  •  ষ্টেনুগ্ৰাফাৰ (Stenographer )- ১ টা
  • উচ্চ বৰ্গ কেৰাণী ( Upper Division Clerk)- ২৫ টা


বয়স:

১৮ ৰ পৰা ২৭ বছৰ  | (অবিচিৰ আৰু জনজাতিৰ  বাবে বিশেষ ৰেহাই )

দৰমহা :

  • ষ্টেনুগ্ৰাফাৰ Stenographer (Grade II)- মাহেকীয়া বেতন ২৫০০০ টকা আৰু লগতে ষষ্ঠ কেন্দ্ৰীয় বেতন আয়োগৰ পে বেণ্ড ৫২০০- ২০২০০ টকাসহ ২৪০০ টকা
  • উচ্চ বৰ্গ কেৰাণী ( Upper Division Clerk)- মাহেকীয়া বেতন ২৫০০০ টকা আৰু লগতে ষষ্ঠ কেন্দ্ৰীয় বেতন আয়োগৰ পে বেণ্ড ৫২০০- ২০২০০ টকাসহ ২৪০০ টকা

শিক্ষাগত অৰ্হতা: 

  • ষ্টেনুগ্ৰাফাৰ Stenographer - প্ৰাৰ্থী উচ্চতৰ মাধ্য়মিক ত উৰ্ত্তীণ হোৱাৰ লগতে ষ্টেনুগ্ৰাফাৰৰ প্ৰমাণপত্ৰ থকাটো বাঞ্চনীয় । মিনিটত ৮০ টা শব্দ টাইপ কৰিব পৰা হব লাগিব ।
  • উচ্চ বৰ্গ কেৰাণী ( Upper Division Clerk)- স্নাতক ডিগ্ৰীধাৰী আৰু কম্পিউটাৰৰ জ্ঞান থকাটো বাধ্য়তামূলক ।

কিদৰে আবেদন কৰিব :

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।


আবেদন ফিজ : 

এছচি/এছটি/মহিলা/দিবাংগসকলে ২৫০ টকা আৰু সাধাৰণ প্ৰাৰ্থীসকলে ৫০০ টকা জমা দিব লাগিব ।

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

আবেদন কৰিবলৈ ক্লিক কৰক - click here

লগতে পঢ়ক - বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি 

অনলাইন আবেদন মুকলি -  ১৬ মাৰ্চ

অনলাইন আবেদনৰ অন্তিম দিন- ১৫ এপ্ৰিল

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close