তেজপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী ( ৭ টা পদ) | Junior Account Assistant Job Sonitpur DC Office - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, March 15, 2019

তেজপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী ( ৭ টা পদ) | Junior Account Assistant Job Sonitpur DC Office

তেজপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী ( ৭ টা পদ):

তেজপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ অন্তৰ্গত ৰাজহ বিভাগত খালী হৈছে কনিষ্ঠ সহায়কৰ কেইটামান পদ । কত কেনকৈ কিদৰে আবেদন জনাব সেইয়া আজি আপোনালোকক আমি জনাম ।

খালী হোৱা পদৰ নাম :-



কনিষ্ঠ সহায়ক (JUNIOR ACCOUNT ASSISTANT)

খালী হোৱা পদৰ সংখ্য়া :

৭ টা পদ । ইয়াৰে ৩ টা পদ অসংৰক্ষিত হোৱাৰ বিপৰীতে ২ টা পদ অবিচিৰ বাবে আৰু এছটি- এছচিৰ বাবে ১ টাকৈ পদ সংৰক্ষিত থাকিব ।

 

শিক্ষাগত অৰ্হতা :

আবেদনকাৰী ব্য়ক্তিসকল যিকোনো বিষয়ত স্নাতক হোৱাৰ লগতে ৬ মহিয়া ডিপ্লমা কৰ্ছ আৰু কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব ।

দৰমহা :-

১৪০০০ টকাৰ পৰা ৪৯০০০ টকাৰ লগতে গ্ৰেড পে ৮০০০ টকা ।

বয়স:

 ১৮ ৰ পৰা ৪৪ বছৰ | (জনজাতিৰ বাবে ৪৯ বছৰ)

কিদৰে আবেদন কৰিব  :

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । আবেদনৰ লিংকত তলত দিয়া হৈছে । আবেদন কৰাৰ পাছত প্ৰাৰ্থীসকলে যাৱতীয় সকলো নথিপত্ৰৰ প্ৰতিলিপি আৰু ৫ টকাৰ ডাক টিকট লগোৱা নিজৰ নাম ঠিকনা উল্লেখিত এটা খাম তথা ৩ কপি পাছপৰ্ট ফটোৰ সৈতে সংলগ্ন কৰা আবেদন তলত দিয়া ঠিকনালৈ ১০ এপ্ৰিল, ২০১৯ ৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব



বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

 

আবেদন কৰিবলৈ ক্লিক কৰক - click here  

 

লগতে পঢ়ক - বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি 

 

অনলাইন আবেদনৰ অন্তিম দিন-  ২০ মাৰ্চ 

 

প্ৰপত্ৰ জমা দিয়াৰ অন্তিম দিন - ১০ এপ্ৰিল

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close