বিটিচি, কোকৰাঝাৰত বিভিন্ন পদ খালী : BTC, Kokrajhar Recruitment 2019 in various post - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, March 8, 2019

বিটিচি, কোকৰাঝাৰত বিভিন্ন পদ খালী : BTC, Kokrajhar Recruitment 2019 in various post

বিটিচি, কোকৰাঝাৰত বিভিন্ন পদ খালী :

Department of Industries Commerce and CSB Office, BTC ত খালী হোৱা বিভিন্ন পদৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীক আবেদন জনাবলৈ জাননী দিয়া হৈছে । কত কেনেকৈ কিদৰে আবেদন জনাব সকলোবোৰ আমাৰ এই লিখনিটোৰ জৰিয়তে জানিব পাৰিব ।


খালী হোৱা পদৰ নাম :

  1. ষ্টেনুগ্ৰাফাৰ (Stenographer Grade-III )
  2. একচটেনচন অফিচাৰ (Extension Officer (Ind))  

খালী হোৱা পদৰ সংখ্য়া :

  1. ষ্টেনুগ্ৰাফাৰ (Stenographer Grade-III )- ১০ টা
  2. একচটেনচন অফিচাৰ (Extension Officer (Ind)) - ৪ টা

শিক্ষাগত অৰ্হতা :

  1. ষ্টেনুগ্ৰাফাৰ (Stenographer Grade-III ): তিনি বছৰীয়া ডিপ্লমা Chemical/Mechanical/Civil/ Textile/Computer/Plastic Processing /Electronics & Instrumentation Engineering / Technology নাইবা MSW or a Degree from recognized University লগতে advanced proficiency Certificate on Computer Applications/ Industrial Management থকাটো বাঞ্চনীয় ।
  2. একচটেনচন অফিচাৰ (Extension Officer (Ind)) : যিকোনো বিষয়ত Graduate হোৱাৰ লগতে Stenographerৰ Diploma/Certificate আৰু টাইপিং ষ্পিড 80 WPM in English হোৱাটো দৰকাৰ ।

আবেদন ফিজ : 

ইচ্চুক প্ৰাৰ্থীসকলে এটা Treasury Challan, Kokrajhar Treasury Office or IPO ত ১৫০ টকা General/OBC/MOBC candidates আৰু Rs.100/-(Rupees one hundred) only for SC/ST কাটিব লাগিব । Treasury Challan টো the Principal Secretary. BTC, Kokrajhar payable at Kokrajhar Treasury Office under the Head of Account-8443 Civil Deposit, Personal Deposit, BTC নামত কাটিব লাগিব । অধিক জানিবৰ বাবে তলত দিয়া সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক ।

কিদৰে আবেদন কৰিব : 

ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া লিংকৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰি ANNEXURE-1 ত থকা ফৰ্মখন পূৰ কৰি "The Member Secretary, Central Selection Board (CSB), BTC, Post Office Road, Kokrajhar" ঠিকনাত 15-03-2019ৰ ভিতৰত জমা দিব লাগিব । অাবেদন পত্ৰৰ লগত প্ৰয়োজনীয় নথি পত্ৰৰ লগতে এটা self address envelop (size 23cmX 10cm) আৰু postal stamp of Rs.5/- টকাৰ জমা দিব লাগিব ।

Advertisement আৰু আবেদন পত্ৰৰ বাবে - click here


No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close