ডাক বিভাগত কিদৰে আবেদন কৰিব ? STEP BY STEP সকলো প্ৰক্ৰিয়া | APPLY SSC POST OFFICE STEP BY STEP - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, March 8, 2019

ডাক বিভাগত কিদৰে আবেদন কৰিব ? STEP BY STEP সকলো প্ৰক্ৰিয়া | APPLY SSC POST OFFICE STEP BY STEP

ডাক বিভাগত কিদৰে আবেদন কৰিব ?  STEP BY STEP সকলো প্ৰক্ৰিয়া :

ভাৰতীয় ডাক বিভাগত খালী হোৱা POSTAL ASSISTANCE আৰু SORTING ASSISTANCE পদত অনলাইন কিদৰে আবেদন কৰিব প্ৰক্ৰিয়া আজি আমি step by step দেখুৱাম । এই নিযুক্তি প্ৰক্ৰিয়া SSC CHLৰ জৰিয়তে কৰা হব ।

STEP 1:

আবেদন কৰিবলৈ এইটো লিংকত ক্লিক কৰক -click here তাৰ পাচত NEW USER? REGISTER HEREত ক্লিক কৰক ।

পঢ়ক - বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি

STEP 2:

তাৰপাছত BASIC DETAILSত ক্লিক কৰি সম্পূৰ্ণ প্ৰয়োজনীয় ডাটা সমূহ পূৰ কৰক ।

STEP 3:

তাৰপাছত SAVEত ক্লিক কৰি মোবাইল নং আৰু ইমেল আইডি পৰীক্ষা কৰক ।
তাৰপাছত CONFIRMত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইমেলত লাভ কৰা REGISTRATION NO আৰু PASSWORD দি LOGIN কৰক ।

STEP 4:

LOGIN কৰাৰ লগে লগে আপোনাৰ ইচ্ছা অনুসৰি PASSWORD সলনি কৰক ।
এইবাৰ নতুন PASSWORD দি আকৌ LOGIN কৰক-

STEP 5:

আকৌ BASIC DETIALS ত পৰিক্ষা কৰি SAVEত ক্লিক কৰক ।

STEP 6:

এইবাৰ ADDITIONAL & CONTACT DETAILS ত প্ৰয়োজনীয় ডাটাসমূহ পূৰ কৰক ।

তাৰপাছত SAVEত ক্লিক কৰক ।

STEP 6:

তাৰপাছত তলত দিয়া ধৰণে এটা স্ক্ৰীণ দেখা পাব ।

STEP 7:

এইবাৰ ফটো আৰু চহী আপলোড কৰক ।


STEP 8:

তাৰপাছত I AGREE ত ক্লিক কৰি FINAL SUBMIT ত ক্লিক কৰক ।

STEP 9:

তাৰপাছত MOBILE NO এটা OTP লাভ কৰিব সেইটো টাইপ কৰক ।

STEP 10:

তাৰপাছত তলত দিয়া ধৰণে দেখা পাব ।

STEP 11:

তাৰপাছত APPLYত ক্লিক কৰক -

STEP 12:

তাৰপাছত EXAM CENTER কে ধৰি আন আন প্ৰয়োজনীয় অংশ পূৰ কৰি SUBMITত ক্লিক কৰক ।

STEP 13:

তাৰপাছত PAYMENT ত গৈ আপোনাৰ আবেদন ফিজ দি আবেদন সম্পূৰ্ণ কৰক ।

আশাকৰো আপোনালোক সকলোৱে কিদৰে আবেদন কৰিব জানিব পাৰিলে । কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে । 
পঢ়ক - বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close