ভাৰতীয় খাদ্য নিগমত চাকৰি : FCI Recruitment 2019, Apply Online - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, March 7, 2019

ভাৰতীয় খাদ্য নিগমত চাকৰি : FCI Recruitment 2019, Apply Online

ভাৰতীয় খাদ্য নিগমত চাকৰি:

ভাৰতীয় খাদ্য নিগমত অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলৰ পৰা চাকৰিৰ বাবে আবেদন বিচাৰা হৈছে । আজি আমি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত মুকলি হোৱা আৰু উৰ্ত্তীণ প্ৰাৰ্থীসকলে আবেদন কৰিব পৰা পদসমূহৰ ওপৰত আলোচনা কৰিম ।
FCI RECRUITMENT 2019

খালী হোৱা পদৰ নাম :

ভাৰতীয় খাদ্য নিগমৰ অকল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত মুকলি হোৱা পদসমূহ হৈছে -


  1. Assistant Grade-III (General): উত্তৰ পূৰ্বাঞ্চলৰ বাবে ১১২ টা পদ মুকলি হৈছে । শিক্ষাগত অৰ্হতা হৈছে যিকোনো গ্ৰেডুৱেট অৰ্থাৎ BA/BSC/BCOM etc .
  2. Assistant Grade-III (Accounts): উত্তৰ পূৰ্বাঞ্চলৰ বাবে ২২  টা পদ মুকলি হৈছে । শিক্ষাগত অৰ্হতা হৈছে কমাৰ্চ গ্ৰেডুৱেট অৰ্থাৎ BCOM
  3. Assistant Grade-III (Depot): উত্তৰ পূৰ্বাঞ্চলৰ বাবে ১৩১ টা পদ মুকলি হৈছে । শিক্ষাগত অৰ্হতা হৈছে যিকোনো গ্ৰেডুৱেট অৰ্থাৎ BA/BSC/BCOM etc .

পৰীক্ষা কেন্দ্ৰ : 

  • Phase-I: Dibrugarh, Guwahati, Jorhat, Silchar, Tezpur 
  • Phase-II: Guwahati 
বি.দ্ৰ : যিকোনো এজন প্ৰাৰ্থীয়ে এটা পদৰ বাবেহে আবেদন জনাব পাৰিব । 



কিদৰে আবেদন কৰিব : 

আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । অনলাইন আবেদনৰ অন্তিম সময় সীমা ৩০ মাৰ্চ, ২০১৯ । আবেদনৰ মাচুল হৈছে ৫০০ টকা । আবেদনৰ মাচুল অনলাইন পেমেন্ট কৰিব লাগিব ।

বিজ্ঞাপনৰ সবিশেষ : click here

অনলাইন আবেদন কৰক : click here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close