অসম চাহ শ্ৰমিক-কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন (Assam Tea Employment Fund Organization) - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, March 7, 2019

অসম চাহ শ্ৰমিক-কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন (Assam Tea Employment Fund Organization)

অসম চাহ শ্ৰমিক-কৰ্মচাৰী ভৱিষ্যনি সংগঠন
(Assam Tea Employment Fund Organization)

অসমৰ চাহ বিভাগত পদ খালী- 





খালী পদৰ নাম :

1) Assistant Fund Control Officer. আৰু
2)  Junior Assistant. 

খালী পদৰ সংখ্যা: 
1) Assistant Fund Control Officer: 13 (Thirteen)

2)  Junior Assistant: 20 (Twenty)
ইচ্ছুক প্ৰাৰ্থীসকলে Offline আবেদন কৰিব পাৰিব।



দৰমহা : 
1) Assistant Fund Control Officer:
Pay band= Rs- 22,000 ৰ পৰা 87,000 আৰু 
Grade Pay = 9,700/- আৰু লগতে অন্যান্য ভাত্তা (Allowances) 

2)  Junior Assistant:
Pay band= Rs- 14,000 ৰ পৰা 49,000 আৰু 
Grade Pay = 6,200/- আৰু লগতে অন্যান্য ভাত্তা (Allowances) 

শিক্ষাগত অৰ্হতা : 

1) Assistant Fund Control Officer: 50% ৰ সৈতে স্নাতক হ'ব লাগিব (B.A./B.Com/B.Sc)

2)  Junior Assistant:  স্নাতক হ'ব লাগিব (B.A./B.Com/B.Sc) আৰু লগতে কম্পিউটাৰৰ Diploma / Certificate থাকিব লাগিব। আৰু লগতে কম্পিউটাৰত অসমীয়া টাইপিং জনা হ'ব লাগিব। (Diploma / Certificate in Computer skills with MS Office (MS Word, MS Power Point etc). and knowledge typing in Assamese language.

আৰক্ষণ (Reservation) :  


As per Govt. rules & Board of Trustees norms. 
বয়স:


1) Assistant Fund Control Officer. আৰু 2)  Junior Assistant. দুয়ো ক্ষেত্ৰত বয়সৰ নিম্ন সীমা 21 বছৰ আৰু উচ্চ সীমা 38 বছৰ। বয়সৰ ক্ষেত্ৰত ৰেহাই এনেধৰণৰ-

ক) SC / ST প্ৰাৰ্থীৰ বাবে 5 বছৰ ৰেহাই অৰ্থাৎ সৰ্বাধিক 43 বছৰ হ'ব লাগিব।

খ) OBC / MOBC প্ৰাৰ্থীৰ বাবে 3 বছৰ ৰেহাই অৰ্থাৎ সৰ্বাধিক 41 বছৰ হ'ব লাগিব। 

গ) শাৰীৰিক ভাৱে অক্ষম প্ৰাৰ্থীৰ বাবে 10 বছৰ ৰেহাই অৰ্থাৎ সৰ্বাধিক 48 বছৰ হ'ব লাগিব। এই ব্যৱস্থা Gen / ST / SC / OBC আৰু  MOBC ৰ বাবে প্ৰযোজ্য হ'ব।

প্ৰাৰ্থীৰ নিৰ্বাচন পদ্ধতি হ'ব এনেধৰণৰ (Selection procedure)


1) Assistant Fund Control Officer:
Screening Test : 150 Marks
Written Test (200 Marks) + Viva (50 Marks)
Stage 1: Screening Test: Multiple choice question (150 marks)
Stage 2: Written Test: Descriptive (200 marks) 

Subject to be included in Tests:

a) General studies including current affairs, National and International.
b) General English.
c) Arithmetic.
Stage 3: Viva voice (50 Marks) 

2)  Junior Assistant

Stage 1: Written Test: 150 marks.
Multiple choice question (100 marks) + Description type (50 marks) =150 Marks.

Subject to be included in Tests:

a) General studies including current affairs, National and International.
b) General English.
c) Arithmetic.
Stage 2: Computer test (20 Marks) + Viva voice (40 Marks) = 60 Marks  

আৱশ্যকীয় মাপকাঠী (Essential Criteria)


প্ৰাৰ্থীজনৰ নাম ৰাজ্যিক কৰ্মসংস্থাপন অফিচত ৰেজিষ্টাৰ কৰা হ'ব লাগিব। আৰু লগতে অন্যান্য দৰকাৰী নথীসমূহ Self attested কৰি জমা দিব লাগিব।

আবেদন কিদৰে কৰিব :
1) প্ৰতিটো পোষ্টৰ বাবে পৃথককৈ আৱেদন কৰিব লাগিব।
2) প্ৰাৰ্থীৰ 3 কপি (বৰ্তমানৰ) পাচ প'ৰ্ট ছাইজ ফটো কপি জমা দিব লাগিব।
3) বয়সৰ প্ৰমাণ পত্ৰ।
4) কম্পিউটাৰৰ Diploma / Certificate লাগিব (for Junior Assistant)
5) জাতি(cast)ৰ প্ৰমাণ পত্ৰ।
6) Bank Draft on SBI and payable at Dispur favouring Secretary - Cum- P.F. Commissioner, Board of Trustees.
7) One self attested envelope (size 10"X4") pasting with Rs:5/- postal stamp.
8) Employment exchange Registration no.
9) Envelope ৰ ওপৰত 'bold letters' ত Post ৰ নাম লিখি আবেদন(Application)ৰ সৈতে নিম্নোক্ত ঠিকনা লিখি পঠাব লাগিব।
Secretary-Cum-P.F.Commissioner, A.T.E.P.F. Organization, Basisitha, Lalmati, Guwahati-781029.

আবেদন ফিজ : 




1) Assistant Fund Control Officer: Rs: 300/-
(ST/SC ৰ বাবে 100 টকা ৰেহাই অৰ্থাৎ Rs: 200/-)
2)  Junior Assistant.  Rs: 200/-
(ST/SC ৰ বাবে 100 টকা ৰেহাই অৰ্থাৎ Rs: 100/-)
প্ৰয়োজনীয় তাৰিখসমুহ :

আৱেদনৰ অন্তিম তাৰিখ 30/04/2019. উল্লেখযোগ্য যে, নিৰ্দিষ্ট সময়ত যথা স্থানলৈ আবেদনখন গৈ নাপালে গ্ৰহনযোগ্য নহ'ব।

আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক -  CLICK HERE

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close