চৰকাৰী চাকৰি মুকলি : 2019 (898 টা পদ ) Govt Job Lower Divisional Clerk/ Junior Secretariat Assistant - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, March 7, 2019

চৰকাৰী চাকৰি মুকলি : 2019 (898 টা পদ ) Govt Job Lower Divisional Clerk/ Junior Secretariat Assistant

 চৰকাৰী চাকৰি মুকলি : 2019 (898 টা পদ )

অৱশেষত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ষ্টাফ চিলিকচেন কমিচনৰ ভাৰত চৰকাৰৰ চৰকাৰী চাকৰিৰ মুকলি হ'ল 898 টা পদ। আমাৰ এই পষ্টটোৰ যোগেদি ক'ত কেনেকৈ কিদৰে ভাৰত চৰকাৰৰ চৰকাৰী চাকৰিৰ খালী হোৱা পদৰ বাবে আবেদন কৰিব পাৰিব তাকে আলোচনা কৰিম ।

খালী পদৰ নাম :

ডাক বিভাগত Lower Divisional Clerk/ Junior Secretariat Assistant নামৰ পদত নিযুক্তি আৰম্ভ হৈছে । 

খালী পদৰ সংখ্যা: 898 টা



ভাৰত চৰকাৰৰ চৰকাৰী চাকৰিৰ Lower Divisional Clerk/ Junior Secretariat Assistant ৰ সৰ্বমুঠ 898 টা পদ খালী হৈছে । ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব ।

দৰমহা : 

Lower Divisional Clerk/ Junior Secretariat Assistant ৰ বাবে Pay Band (Rs. 5200-20200) ৰ লগতে Grade Pay: Rs. 1900 (Pre-revised).

শিক্ষাগত অৰ্হতা : 

HS passed অৰ্থাৎ দ্বাদশ উৰ্ত্তীণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব ।

বয়স:

১৮ৰ পৰা ২৭ বছৰ। প্ৰাৰ্থীজন জন্ম 02-08-1992 ৰ আগত হ'ব নালাগিব আৰু 01-08-2001 ৰ পিছত হ'ব নালাগিব। (অৱশ্যে অবিচি (OBC) ৰ বাবে ৩ বছৰ আৰু জনজাতি (ST / SC) ৰ বাবে ৫ বছৰ ৰেহাই)। Permissible relaxation in Upper age limit for different categories are mentioned in official notification

আবেদন কিদৰে কৰিব :



 ১) আবেদন কৰিবৰ বাবে ইয়াত ক্লিক কৰক - click here
২) Register link ত Click কৰি registration complete কৰক । 
৩) তাৰপাছত Login link ত click কৰি আপোনাৰ application খন complete কৰক ।
৪) Log in কৰিবলৈ Click here
৪) শেষত আবেদন ফিজ দি আবেদন সম্পুৰ্ণ কৰক ।

আবেদন ফিজ : 

আবেদনকাৰীসকলে Online আৰু Offline যোগেদি আবেদনৰ মাচুল আদায় দিব পাৰিব। মাচুল এনেধৰণৰ
সাধাৰণ শ্ৰেণী (Gen) আৰু অবিচিৰ (OBC) ৰ বাবে মাত্ৰ ১০০ টকা আৰু
জনজাতি আৰু ছোৱালীসকলৰ কোনো আবেদন ফিজ নাই ।

প্ৰয়োজনীয় তাৰিখসমুহ : 

(আৰম্ভণি) Online application starts: 5th March 2019

লগতে পঢ়ক - SSCত মুকলি ১০০০০ পদ ( অৰ্হতা - দশম মান )

(শেষ) Last date of online application: 5th April 2019

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close