ডাক বিভাগত চাকৰি মুকলি 2019 (২৩৫৯ টা পদ ) Postal Assistant/ Sorting Assistant recruitment 2019 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, March 6, 2019

ডাক বিভাগত চাকৰি মুকলি 2019 (২৩৫৯ টা পদ ) Postal Assistant/ Sorting Assistant recruitment 2019

ডাক বিভাগত চাকৰি মুকলি 2019 (২৩৫৯ টা পদ ) :

অৱশেষত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ডাক বিভাগত মুকলি হ'ল । আমাৰ এই পষ্টটোৰ যোগেদি ক'ত কেনেকৈ কিদৰে ডাক বিভাগত খালী হোৱা পদৰ বাবে আবেদন কৰিব পাৰিব তাকে আলোচনা কৰিম ।

খালী পদৰ নাম :

ডাক বিভাগত Postal Assistant/ Sorting Assistant নামৰ পদত নিযুক্তি আৰম্ভ হৈছে । 


খালী পদৰ সংখ্য়া :

ডাক বিভাগত Postal Assistant/ Sorting Assistant ৰ সৰ্বমুঠ ২৩৫৯ টা পদ খালী হৈছে । ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব ।

দৰমহা : 

Postal Assistant/ Sorting Assistant ৰ বাবে Pay Band (Rs. 5200-20200) ৰ লগতে Grade Pay: Rs. 2400 (pre-revised).


শিক্ষাগত অৰ্হতা : 

১২ম মান অৰ্থাৎ উৰ্ত্তীণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব ।

বয়স:

১৮ৰ পৰা ২৭ বছৰ ( অবিচিৰ বাবে ৩ বছৰ আৰু জনজাতিৰ বাবে ৫ বছৰ ৰেহাই)

আবেদন কিদৰে কৰিব :

 ১) আবেদন কৰিবৰ বাবে ইয়াত ক্লিক কৰক - click here


২) Register link ত Click কৰি registration complete কৰক । 
৩) তাৰপাছত Login link ত click কৰি আপোনাৰ application খন complete কৰক । 
৪) শেষত আবেদন ফিজ দি আবেদন সম্পুৰ্ণ কৰক ।

আবেদন ফিজ : 

সাধাৰণ শ্ৰেণী আৰু অবিচিৰ বাবে মাত্ৰ ১০০ টকা আৰু বাকী জনজাতি আৰু ছোৱালীসকলৰ কোনো আবেদন ফিজ নাই ।

ডাক বিভাগত কিদৰে আবেদন কৰিব ?  STEP BY STEP সকলো প্ৰক্ৰিয়া 

লগতে পঢ়ক - বন্ধন বেংকত মেনেজাৰৰ চাকৰি মুকলি



CENTRAL GOVTত চাকৰি কৰাৰ সুযোগ- ভাৰতীয় খাদ্য নিগমত চাকৰি : FCI Recruitment 2019, Apply Online

প্ৰয়োজনীয় তাৰিখসমুহ : 

Online application starts: 5th March 2019 
Last date of online application: 5th April 2019

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close