Directorate Of Elementary Education ত চাকৰি - আজিয়েই আবেদন কৰক ( ১৪৯ টা পদ) - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, March 5, 2019

Directorate Of Elementary Education ত চাকৰি - আজিয়েই আবেদন কৰক ( ১৪৯ টা পদ)

Directorate Of Elementary Education ত চাকৰি - আজিয়েই আবেদন কৰক ( ১৪৯ টা পদ) :

Directorate Of Elementary Education ত চাকৰিৰ বাবে আবেদন বিচাৰা হৈছে । আজি আমি আপোনালোকে খালী হোৱা পদ কেইটাত কিদৰে আবেদন কৰিব সেইয়া জনাম |



খালী পদ:

1. পিয়ন (Directorate of Elementary Education, Assam).
2.পিয়ন (Field Level Establishment under DEE, Assam).
3.নৈশ চকিদাৰ (Directorate of Elementary Education, Assam).

খালী পদৰ সংখ্য়া :

1. পিয়ন (Directorate of Elementary Education, Assam) -
2.পিয়ন (Field Level Establishment under DEE, Assam) - ১৩৯
3.নৈশ চকিদাৰ (Directorate of Elementary Education, Assam)-


বয়স:

 ১৮ ৰ পৰা ৪৪ বছৰ | (অবিচিৰ বাবে ৪৭ আৰু জনজাতিৰ বাবে ৪৯ বছৰ)

দৰমহা :

 ১২০০০ টকাৰ পৰা ৩৭৫০০ টকা । গ্ৰেড পে - ৩৯০০ টকা

শিক্ষাগত অৰ্হতা - 

৮ম মান উৰ্ত্তীণ |

পঢ়ক - বিজয়া বেংকত পিয়নৰ চাকৰি মুকলি

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

আবেদন কৰিবলৈ ক্লিক কৰক - click here



অনলাইন আবেদন মুকলি - ৮ মাৰ্চ

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close