ভোগেশ্বৰী ফুকননী অসামৰীক চিকিৎসালয়ত পদ খালী (নগাঁও) NAGAON CIVIL JOBS 2019 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, February 23, 2019

ভোগেশ্বৰী ফুকননী অসামৰীক চিকিৎসালয়ত পদ খালী (নগাঁও) NAGAON CIVIL JOBS 2019

ভোগেশ্বৰী ফুকননী অসামৰীক চিকিৎসালয়ত পদ খালী - ( ড্ৰাইভাৰ, চাফাইকৰ্মী আৰু এটেন্ডন্ট ):

ভোগেশ্বৰী ফুকননী অসামৰীক চিকিৎসালয়ত কেইবাটাও পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ গৈছে । উপযুক্ত প্ৰাৰ্থীসকলক ( ড্ৰাইভাৰ, চাফাইকৰ্মী আৰু এটেন্ডন্ট ) ত পদত হব লগীয়া নিযুক্তি সন্দৰ্ভত পোনপোতীয়া সাক্ষাৎকাৰলৈ মতা হৈছে ।


খালী পদৰ নাম :

১) ড্ৰাইভাৰ - ইন্টাৰভিউৰ তাৰিখ - 25/02/2019
২) চাফাইকৰ্মী/এটেনডেন্ট - ইন্টাৰভিউৰ তাৰিখ - 25/02/2019

খালী পদৰ সংখ্য়া : 

১) ড্ৰাইভাৰ - ১ টা পদ ।
২)চাফাইকৰ্মী/এটেনডেন্ট - ১ টা পদ ।

শিক্ষাগত অৰ্হতা :

১) ড্ৰাইভাৰ - ড্ৰাইভিং লাইসেন্সৰ লগতে অতি কমেও ৮ম মান উৰ্তীৰ্ণ হব লাগিব ।
২)চাফাইকৰ্মী/এটেনডেন্ট -  অতি কমেও ৮ম মান উৰ্তীৰ্ণ হব লাগিব ।

দৰমহা:-

১) ড্ৰাইভাৰ –  ১৩০০০ টকা
২)চাফাইকৰ্মী/এটেনডেন্ট -  ১০০০০ টকা

বয়স:

৪৫ বছৰলৈকে আবেদন কৰিব পাৰিব ।


কিদৰে আবেদন কৰিব :

আবেদনকাৰীসকলে পোনপোটীয়াকৈ আবেদন ফৰ্ম পীৰ কৰি দুইকপি ৰঙীন ফটোৰ লগতে সকলো অৰিজিনেল নথি পত্ৰ লগত লৈ তলত দিয়া সাক্ষাৎকাৰ স্থানলৈ আহিব লাগিব ।

সাক্ষাৎকাৰৰ দিন আৰু স্থান :

Office of the Superintendent. BPCH, Nagaon, Assam (25/02/2019) 
Office of the Principal Cum Chief Superintendent, TMCH. Sonitpur. Assam(26/02/2019) 

আবেদন ফৰ্ম ডাউনলোড : 

আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰক - ইয়াত ক্লিক কৰক

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close