ৰেলেৱত চাকৰিৰ মেলা ১ .৩ লাখ পদ খালী - অসমৰ নিবনুৱাৰ বাবে সুবৰ্ণ সুযোগ । LATEST RRB RECRUITMENT 2019 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, February 21, 2019

ৰেলেৱত চাকৰিৰ মেলা ১ .৩ লাখ পদ খালী - অসমৰ নিবনুৱাৰ বাবে সুবৰ্ণ সুযোগ । LATEST RRB RECRUITMENT 2019

ৰেলেৱত চাকৰিৰ মেলা ১ .৩ লাখ পদ খালী - অসমৰ নিবনুৱাৰ বাবে সুবৰ্ণ সুযোগ :

ভাৰতীয় ৰেলত ১.৩ লাখ খালী পদৰ নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে । অসমৰ শিক্ষিত নিৱনুৱাৰ বাবে ই এক সুখৱৰ কাৰণ অসমতে প্ৰায় খালী পদ আছে । কত কিদৰে কেনেকৈ আবেদন কৰিব আজি আমাৰ এই লিখনীৰ জৰিয়তে জানিব পাৰিব ।

খালী পদৰ নাম :

(a) NON TECHNICAL POPULAR CATEGORIES (NTPC) like Junior Clerk cum Typist, Accounts Clerk cum Typist, Trains Clerk, Commercial cum Ticket Clerk, Traffic Assistant, Goods Guard, Senior Commercial cum Ticket Clerk, Senior Clerk cum Typist, Junior Account Assistant cum Typist, Commercial Apprentice, Station Master, etc. আবেদন আৰম্ভণীৰ দিন -২৮ ফেব্ৰুৱাৰী- ২০১৯


(b) PARA-MEDICAL STAFF like Staff Nurse, Health & Malaria Inspector, Pharmacist, ECG Technician, Lab Assistant, Lab Superintendent, etc. আবেদন আৰম্ভণীৰ দিন -৪ মাৰ্চ- ২০১৯

(c) MINISTERIAL AND ISOLATED CATEGORIES like Stenographer, Chief Law Assistant, Junior Translator (Hindi), etc. আবেদন আৰম্ভণীৰ দিন -৮ মাৰ্চ- ২০১৯

(d) LEVEL-1 POSTS like Track Maintainer Grade IV, Helper/Assistant in various technical departments (Electrical, Engineering, Mechanical and S&T departments), Assistant Pointsman, and level-1 posts in other departments. আবেদন আৰম্ভণীৰ দিন - ১২ মাৰ্চ- ২০১৯

 খালী পদৰ সংখ্য়া :


1.    NON TECHNICAL POPULAR CATEGORIES, B) PARA-MEDICAL STAFF আৰু MINISTERIAL AND ISOLATED CATEGORIES ত সৰ্বমুঠ ৩০ হাজাৰ পদ খালী ।
2.     LEVEL-1 POSTS ত সৰ্বমুঠ ১ লাখ পদ খালী ।

আবেদন ফিজ:

1.    সাধাৰণ শ্ৰেণীৰ বাবে ৫০০ টকা যত ৪০০ টকা পৰীক্ষাত বহাৰ পাছত ঘুৰাই দিয়া হব ।
2.    SC/ST/ Ex-Servicemen/ PWDs / Female / Transgender / Minorities / Economically Backward Class ৰ বাবে ২৫০ টকা যত বেংকৰ ফিজ কাটি বাকী খিনি পৰীক্ষাত বহাৰ পাছত ঘুৰাই দিয়া হব ।

শিক্ষাগত অৰ্হতা : 


 শিক্ষাগত অৰ্হতাৰ বিষয়ে কিছুদিনৰ ভিতৰতে বিতংভাবে জনোৱা হব । জানিবৰ বাবে আমাৰ েৱবচাইট নিয়মীয়াকৈ চাই থাকিব । 

চাকৰীৰ বিজ্ঞাপন -

বিজ্ঞাপন পঢ়িবলৈ ইয়াত ক্লিক কৰক- click here

আবেদন কৰিবলৈ ইয়াত ক্লিক কৰক - click here 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close