গুৱাহাটী উচ্চ ন্য়ালয়ত চাকৰি -2019 - Gauhati High Court Latest Recruitment 2019 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, February 20, 2019

গুৱাহাটী উচ্চ ন্য়ালয়ত চাকৰি -2019 - Gauhati High Court Latest Recruitment 2019

গুৱাহাটী উচ্চ ন্য়ালয়ত চাকৰি -

গুৱাহাটী উচ্চ ন্য়ালয়ত লাইব্ৰেৰী সহায়ক, কম্পিউটাৰ সহায়ক আৰু ফৰ্ড গ্ৰেডৰ কিছুমান পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

1. কম্পিউটাৰ সহায়ক : 


পদ সংখ্য়া -৩

শিক্ষাগত অৰ্হতা- 

  • যিকোনো গ্ৰেডুৱেট ।
  • কম্পিউটাৰৰ ডিপ্লমা । 

দৰমহা - 

১৪,০০০ ৰ পৰা ৪৯,০০০ লৈ লগত গ্ৰেড পে - ৬২০০

2.লাইব্ৰেৰী সহায়ক:- 



পদ সংখ্য়া -০১ 

শিক্ষাগত অৰ্হতা- 

  • যিকোনো গ্ৰেডুৱেট ।
  • লাইব্ৰেৰী চাইঞ্চৰ ডিপ্লমা./ ডিগ্ৰী ।

দৰমহা - 

১৪,০০০ ৰ পৰা ৪৯,০০০ লৈ লগত গ্ৰেড পে - ৭০০

3.  ড্ৰাইভাৰ :

পদ সংখ্য়া -২ ।

শিক্ষাগত অৰ্হতা-  

  • অষ্টম মান উৰ্ত্তীৰ্ণ । 
  • ড্ৰাইভিং লাইসেন্সৰ প্ৰয়োজন ।

দৰমহা -

১৪,০০০ ৰ পৰা ৪৯,০০০ লৈ লগত গ্ৰেড পে - ৫০০০ 


4. ফৰ্ড গ্ৰেড:-

পদ সংখ্য়া -

শিক্ষাগত অৰ্হতা-

  • অষ্টম মান উৰ্ত্তীৰ্ণ । 
  • হাইয়াৰ ছেকেণ্ডেৰী পাছ নহব ।

দৰমহা - 

১৪,০০০ ৰ পৰা ৩৭,৫০০ লৈ লগত গ্ৰেড পে - ৩৯০০

 

বয়স: - 

১৮ৰ পৰা ৪৪ বছৰ

আবেদন ফিজ:- 

৩০০ টকা ( ST/SCৰ বাবে ১৫০ টকা)

কিদৰে আবেদন কৰিব : 

  •  এইটো লিংকত ক্লিক কৰক  http://ghconline.gov.in/ApplyOnline.html 
  • তাৰপাছত অনলাইন আবেদন কৰক । 
  • ফটো আৰু চহী আপলোড কৰি পইছা পেমেন্ট কৰক ।


আবেদনৰ অন্তিম দিন - ৫ মাৰ্চ, ২০১৯ । 

Official Notification- Click here


No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close