নেহেৰু যুৱ কেন্দ্ৰত স্বেচ্ছাসেৱক চাকৰি Volenteer Reqrcuitment in Nehru Yuva Kendra 2019 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, February 19, 2019

নেহেৰু যুৱ কেন্দ্ৰত স্বেচ্ছাসেৱক চাকৰি Volenteer Reqrcuitment in Nehru Yuva Kendra 2019

নেহেৰু যুৱ কেন্দ্ৰত চাকৰি  ( যোৰহাট, গোলাঘাট, তিনচুকীয়া, ডিব্ৰুগ‍ড়, শিৱসাগৰ):

ভাৰত চৰকাৰে নৱপ্ৰজন্মক ভাৰতৰ কল্য়ানৰ হকে প্ৰচাৰত ভাগ লবলৈ কিছুমান ভলোন্টিয়াৰ ৰৃপত আবেদন বিচাৰিছে ।

পদৰ নাম:

স্বেচ্ছাসেৱক: (volunteer)


শিক্ষাগত অৰ্হতা: 

মেট্ৰিক পাছ

বয়স:  

১৮ ৰ পৰা ২৯ বছৰ

মাননি-  

৫০০০ টকা প্ৰতি মাহে

কিদৰে আবেদন কৰিব : 

ই্চ্ছুক প্ৰাৰ্থীসকলে www.nyks.nic.in ত অনলাইন আবেদন কৰিব পাৰে 

আবেদনৰ অন্তিম দিন : ০৩/০৩/২০১৯

 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close