উপায়ুক্ত কাৰ্যালয়, তিনিচুকীয়াত পদ খালী ( ৬ টা পদ ) | Junior Assistant Jobs in Deputy Commissioner, Tinsukia Recruitment 2019 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, February 19, 2019

উপায়ুক্ত কাৰ্যালয়, তিনিচুকীয়াত পদ খালী ( ৬ টা পদ ) | Junior Assistant Jobs in Deputy Commissioner, Tinsukia Recruitment 2019

উপায়ুক্ত কাৰ্যালয়, তিনিচুকীয়াত পদ খালী । ( ৬ টা পদ ) 

তিনিচুকীয়া জিলাৰ ডিচি অফিচৰ কনিষ্ঠ সহায়িকা পদৰ বাবে আবেদন বিচাৰা হৈছে ।
মুঠ পদ- ৬ টা
দৰমহা - ১৪,০০০ ৰ পৰা ৪৯,০০০ লৈ লগত গ্ৰেড পে - ৬২০০

শিক্ষাগত অৰ্হতা:

১. যিকোনো গ্ৰেডুৱেট  
২. কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞান থকাটো নিতান্তই প্ৰয়োজনীয় । 
৩. ৬ মহীয়া কম্পিউটাৰৰ ডিপ্লমাৰ প্ৰয়োজন ।


বাচনিৰ নিয়মাৱলী : 

  • প্ৰাৰ্থীসকলে ১৫০ নম্বৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যত বিষয় থাকিব ইংৰাজী, সাধাৰণ জ্ঞান আৰু অংক । ইয়াৰ পাছত কম্পিউটাৰ ৫০ নম্বৰ আৰু অসমীয়া/বড়ো/বঙালী/ইংৰাজী ভাষাৰ ৫০ নম্বৰৰ এটি পৰীক্ষা থাকিব । কম্পিউটাৰৰ এটা প্ৰেকটিকেল পৰীক্ষাও হব ।
  • কোনো ধৰণৰ ইন্টাৰভিউ নহয় |

কিদৰে আৱেদন কৰিব : 

প্ৰাৰ্থীসকলে চেলফ এটেষ্ট কৰি নিম্নোক্ত প্ৰমাণপত্ৰৰ ফটোকপি জমা দিব লাগিব - 
  • HSLC এডমিট কাৰ্ড, পাছ চাৰ্টিফেকেট আৰু মাৰ্কছিট । 
  • ডিগ্ৰীৰ পাছ চাৰ্টিফেকেট আৰু মাৰ্কছিট । 
  • Employment Exchange ৰেজিষ্ট্ৰেচন চাৰ্টিফেকেট । 
  • কাষ্ট চাৰ্টিফেকেট । 
  • ৩ কপি পাছপৰ্ট ফটো । 
  • কম্পিউটাৰৰ ডিপ্লমা চাৰ্টিফিকেট । 
  • নিজৰ ঠিকনাসহ এটা এনভলভ আৰু ৫ টকীয়া ষ্টাম্প । 
আবেদনকাৰী সকলে সকলো ওপৰত উল্লেখিত নথি-পত্ৰ Deputy Commissioner, Tinsukia, P.O. Borguri, Pin-786126, Dist- Tinsukia, Assam ত নিজে গৈ বা পষ্ট কৰি জমা দিব লাগিব ।

আবেদনৰ অন্তিম দিন - ২০/০২/২০১৯

Download Application form- Click here


No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close