আই পি এলত অসমৰ ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, December 18, 2018

আই পি এলত অসমৰ ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ

আই পি এলত অসমৰ ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিবদ্ধ:
অৱশেষত আবু নাচিমৰ পাছত আইপিএলত স্থান লাভ কৰিলে অসমৰ ৰিয়ান পৰাগে । আই পি এলৰ আগন্তুক ছিজনৰ বাবে চুক্তিৱদ্ধ হ’ল অসমৰ ক্ৰিকেটাৰগৰাকী৷ ২০ লাখ টকাত ৰিয়ান পৰাগ চুক্তিৱদ্ধ হ’ল ৰাজস্থান ৰয়েলছ দলটোৰ সৈতে৷ 

জয়দেৱ উনাদকট, বৰুণ চক্ৰৱৰ্তী সৰ্বাধিক দামী খেলুৱৈ৷ ৮.৪০ কোটি টকাত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ হ’ল জয়দেৱ৷ ইফালে, ৮.৪০ কোটিত কিংছ ইলেভেন পঞ্জাবৰে চুক্তি বৰুণৰ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close