গুৱাহাটীৰ ICICI বেংকত চাকৰি : ICICI BANK RECRUIMENT GUWAHATI 2019 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, May 17, 2019

গুৱাহাটীৰ ICICI বেংকত চাকৰি : ICICI BANK RECRUIMENT GUWAHATI 2019

গুৱাহাটীৰ ICICI বেংকত চাকৰি : 

ICICI বেংক গুৱাহাটীত শেহতীয়াকৈ মুকলি হৈছে কেইটামান বিশেষ পদ । এই পদ কেইটাৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে । কত কিদৰে কেনেকৈ আবেদন কৰিব জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।


খালী হোৱা পদৰ নাম

E Relationship Manager and Phone Banking Officer


সাক্ষাৎকাৰৰ ঠাই আৰু সময়

১৯, ২০ আৰু ২১ মে , ২০১৯ সময় পূৱা ৯:৩০ৰ পৰা ১:৩০ লৈ

ইন্টাৰভিউৰ স্থান

ICICI Bank, Sonjukta Square 5th Floor, NH-37 Bye Pass, Lokhra Charali, Lokhra Guwahati - 781034 

চাকৰিৰ স্থান

Guwahati

অৰ্হতা

যিকোনো গ্ৰেডুৱেট নাইবা এমবিএ ডিগ্ৰীধাৰীয়ে আবেদন কৰিব পাৰে । বয়স ৩০ বছৰৰ তলত হোৱাটো বাঞ্চনীয় ।


কিদৰে আবেদন কৰিব-

  • ইচ্ছুক প্ৰাৰ্থীসকলে পোনপ্ৰথমে তলত দিয়া লিংকত ক্লিক কৰি ৰেজিষ্টাৰ কৰিব লাগিব । 
  • পাছত ১৯,২০ আৰু ২১ মেত হবলগীয়া ইন্টাৰভিউৰ দিনা লৈ যোৱা বায়ডাটাত ৰেজিষ্টাৰ কৰি পোৱা Applicant ID টো উল্লখ কৰিব লাগিব । 
  • বায়ডাটাৰ লগতে আন সকলো প্ৰয়োজনীয় নথি পত্ৰ লগত নিব লাগিব ।

ৰেজিষ্টাৰ কৰিবলৈ ক্লিক কৰক - Click Here

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক -  Click Here

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close