অসম পুলিচত মুকলি ৪৫১ টা পদ । মেট্ৰিক পাছ সকলেও কৰিব পাৰিব আবেদন । Assam Police Jobs 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, June 8, 2020

অসম পুলিচত মুকলি ৪৫১ টা পদ । মেট্ৰিক পাছ সকলেও কৰিব পাৰিব আবেদন । Assam Police Jobs 2020

অসম পুলিচ Directorate of Civil Defence and Home Guards, Assamৰ বিভাগীয় কতৃপক্ষই ৪৫১ টা পদত চাকৰি বিচাৰি  এটা বিজ্ঞাপন মুকলি কৰিছে । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ জানিবলৈ আমাৰ এই লিখনি সম্পুৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অনলাইন । 

আবেদন আৰম্ভণী

১০ জুন. ২০২০ । 

খালী পদৰ নাম

বয়স

১৮ৰ পৰা ৩৮ বছৰ । ( ৫ বছৰ ৰেহাই SC, ST(P) and ST(H) আৰু ৩ বছৰ ৰেহাই OBC/MOBCৰ বাবে )

দৰমহা

Rs. 14000-60500/- লগতে Grade pay of Rs 5600/-

শিক্ষাগত অৰ্হতা

মেট্ৰিক নাইবা ক্লাছ ১০ পাছ যিকোনো বৰ্ডৰ পৰা । 

অন্যান্য অৰ্হতা

বাচনী প্ৰক্ৰিয়া -

a) Physical Standards Tests (PST)
b) Physical Efficiency Tests (PET)
c) Written Test

আবেদন ফিজ

কোনোধৰণৰ আবেদন ফিজ নাই । কিদৰে আবেদন কৰিব- ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । এই লিংক ১০ জুন, ২০২০ৰ পৰা সক্ৰিয় হব ।

চৰকাৰী বিজ্ঞাপন কৰিবলৈ ক্লিক কৰক-  Click Here

আবেদন কৰিবলৈ ক্লিক কৰক- Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

2 comments:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close